August 6, 2024 জেভলিন থ্ৰ’ৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail পুৰুষৰ জেভেলিন থ্ৰ’ ইভেণ্টৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় এথলেটিক নীৰজ চোপ্ৰা। ৮৯.৩৪ মিটাৰ দূৰত্বৰে জেভলিন থ্ৰ’ৰ ফাইনেলত প্ৰৱেশ কৰে নীৰজ চোপ্ৰাই। ৮ আগষ্টত অনুষ্ঠিত হ’ব ফাইনেল খেল। নিশা ১১.৫০ বজাত অনুষ্ঠিত হ’ব ফাইনেল খন । Author: দৈনন্দিন বাৰ্তা Related Articles প্ৰত্যাহ্বানক নেওচি ট্ৰেকত নামিল ১৫৯ গৰাকী প্ৰতিযোগীঃ নগাঁৱত সফল সামৰণি জিলা ভিত্তিক পেৰা ক্ৰীড়া বাছনি শিবিৰৰ দৈনন্দিন বাৰ্তা - June 29, 2026 ৰাষ্ট্ৰীয় পেন্চাক চিলাট প্ৰতিযোগিতাত অসমৰ সাফল্যঃ পাঁচটা পদক জয় দৈনন্দিন বাৰ্তা - June 29, 2026 ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা দৈনন্দিন বাৰ্তা - June 24, 2026