August 8, 2024 আজি জেভলিন ফ্ৰ’ৰ ফাইনেল খেলিব নীৰজ চোপ্ৰাই… Share FacebookTwitterWhatsAppTelegramKooEmail পেৰিছ অলিম্পিকত আজি প্ৰথমটো স্বৰ্ণ জয়ৰ আশা ভাৰতৰ। নীৰজ চোপ্ৰা অৱতীৰ্ণ হ’ব জেভলিন থ্ৰ’ৰ ফাইনেলত। নিশা ১১.৫৫ বজাত অনুষ্ঠিত হ’ব ফাইনেল খেলখন। Author: দৈনন্দিন বাৰ্তা Related Articles জন্মদিনৰ দিনাই এছিয়ান গেমছত স্বৰ্ণ জয় লাভলিনা বৰগোহাঁইৰ দৈনন্দিন বাৰ্তা - October 2, 2026 বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ দৈনন্দিন বাৰ্তা - October 1, 2026 এছিয়ান গেমছত পুনৰ স্বৰ্ণ পদক ভাৰতৰ দৈনন্দিন বাৰ্তা - September 30, 2026