Breaking

নেহা কাক্কাৰে কৰবা চৌথৰ ব্ৰত পালন‌ কৰি ক’লে ৰহোক স্বামী ৰূপে পাই আটাইতকৈ সুখী পত্নী মই…

0 6,221

নেহা কাক্কাৰে স্বামী ৰহোৰ বাবে কড়বা চৌথৰ ব্ৰত ৰাখিলে ।

ব্ৰত ৰাখি ক’লে প্ৰতিটো জনমত মই ৰহোক বিচাৰোঁ জীৱন লগৰী হিচাপে ।

তেওঁৰ দৰে কোনো হ’ব নোৱাৰে । বহুত বহুত মৰম যত্ন কৰে । আটাইতকৈ সুখৰ কথা তেওঁ মোৰ অতীতক পাহৰি যোৱাত সহায় কৰিছে।

Leave A Reply