Breaking

এছিয়ান গেমছত নেপালৰ কেইবাটাও বিশ্ব ৰেকৰ্ড…

0 82

T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নেপালৰ কেইবাটাও বিশ্ব ৰেকৰ্ড।

এছিয়ান গেমছত নেপালৰ দীপেন্দ্ৰ সিং এয়াৰীয়ে বুধবাৰে মাত্ৰ ৯টা বলত টি-২০ ক্ৰিকেটত ৫০ ৰাণ কৰি গঢ়িলে নতুন ৰেকৰ্ড।

নেপালে মংগোলিয়াৰ বিৰুদ্ধে ৩১৪/৩ ৰাণ সংগ্ৰহ কৰে।

ইয়াৰোপৰি ৩৪ টা বলত শতক অৰ্জন কৰা কুশল মাল্লা টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰে।

T20ত সৰ্বাধিক ব্যৱধানত ব্যৱধানত জয়ী মংগোলিয়াৰ বিৰুদ্ধে।

Leave A Reply