Breaking

বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT! FLIRT ৰ লক্ষণ কি কি…

0 27

নতুন ক’ভিড-১৯ ভেৰিয়েন্টৰ এটা গোট, যাক FLIRT বুলি জনা যায়।

আমেৰিকাত দ্ৰুতগতিত বিয়পি পৰিছে এই ভেৰিয়েণ্ট।

বিশেষজ্ঞসকলে কয় যে এই লক্ষণসমূহ অন্যান্য অমাইক্ৰন সংক্ৰমণৰ সৈতে বহুলাংশে সামঞ্জস্যপূৰ্ণ হৈ থাকে।

যেনে ডিঙিৰ বিষ, কাহ, ভাগৰুৱা, নাক বন্ধ হোৱা, নাকত পানী ওলোৱা, মূৰৰ বিষ, পেশীৰ বিষ, আৰু সম্ভাৱ্য সোৱাদ বা গোন্ধ নোপোৱা আদি।

আনহতে আমেৰিকাত বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT।

আমেৰিকাত দুটা নতুন Covid ভেৰিয়েন্ট KP.2 আৰু KP 1.1 বিয়পি পৰিছে।

যাৰ ফলত সংক্ৰমণৰ নতুন ঢৌক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

নতুন মিউটেচনৰ সৈতে কেপি.২ আৰু কেপি ১.১ৰ ভিন্নতা পূৰ্বৰ অমাইক্ৰন ভিন্নতাতকৈ অধিক সংক্ৰামক বুলি ধৰা হয় যদিও বিশেষজ্ঞসকলে কয় যে লক্ষণসমূহ কম বেছি পৰিমাণে একেই থাকে।

Leave A Reply