সুখৰ খবৰ। কোভিড নিগেটিভ হ’ল নীলপৱন বৰুৱা।

শুকুৰবাৰে ঘৰলৈ যাব দিয়াৰ কথা মহান শিল্পীগৰাকীক।

অসমৰ প্ৰথিতযশা শিল্পী নীলপৱন বৰুৱাৰ কোভিড নিগেটিভ হৈছে। কিছুদিন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত আজি পৰীক্ষাৰ অন্তত তেখেতৰ নিগেটিভ ওলাইছে। ফলত আনন্দিত হৈ পৰিছে সকলো স্বাস্থ্যকৰ্মী তথা গুণমুগ্ধ।

Related Articles