কোভিড-19 টিকাকৰণৰ বাবে হোৱা নাই কোনো লোকৰ আকস্মিক মৃত্যু… covid By দৈনন্দিন বাৰ্তা Last updated Nov 21, 2023 0 24 Share কোভিড-19 টিকাকৰণৰ বাবে হোৱা নাই কোনো লোকৰ আকস্মিক মৃত্যু। কোভিড-19 ত হোৱা আকস্মিক মৃত্যুৰ কাৰণ আছিল পাৰিবাৰিক ইতিহাস অথবা জীৱনশৈলীৰ পৰিৱৰ্তন। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(ICMR)ৰ গৱেষণাত এই তথ্য। ASSAM 0 24 Share