Breaking

কোন কোন ৰাজ্যত সৰ্বাধিক সক্ৰিয় ক’ভিড- ১৯ ৰোগী আছে ?

0 66

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি কেৰালাত সৰ্বাধিক ২,৩৪১ জন, কৰ্ণাটক ৯২ জন, তামিলনাডুত ৮৯ জন, মহাৰাষ্ট্ৰত ৪৫ জন আৰু গুজৰাটত ২৩ জন, কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত ২২ জন সক্ৰিয় ৰোগী, গোৱাত ১৯ জন।

তেলেংগানা আৰু পঞ্জাৱত ক্ৰমে ১৪ আৰু ৬ জন সক্ৰিয় ৰোগী আছে।

নতুন কৰ’না ভাইৰাছৰ চাবভেৰিয়েণ্ট JN.1ৰ উত্থানৰ মাজতে ভাৰতীয় কৰ্তৃপক্ষ সষ্টম হৈ পৰিছে, বৈজ্ঞানিক সমাজে এই ষ্ট্ৰেইনৰ তীক্ষ্ণ তদন্ত কৰি আছে।

নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি কে পলে জনোৱা মতে, সমগ্ৰ দেশতে এতিয়ালৈকে JN.1 sub-variant ৰ মুঠ ২১ টা Covid-19 ৰোগী ধৰা পৰিছে।

Leave A Reply