Breaking

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা ৮গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল…

0 17

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা ৮গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল।

কোকৰাঝাৰত ১গৰাকী, ধুবুৰীত ৪গৰাকী আৰু বৰপেটাত ১গৰাকী,

গুৱাহাটী সমষ্টিত ২গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়।

Leave A Reply