Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

বৰপেটা জিলা দিব্যাংগ সন্থা আৰু বজালী জিলা দিব্যাংগ সন্থাৰ যৌথ সংবাদমেল ..

বৰপেটা জিলা দিব্যাংগ সন্থা আৰু বজালী জিলা দিব্যাংগ সন্থাৰ যৌথ সংবাদমেল ।দিব্যাংগ সকলৰ চতুৰ্থ বৰ্গৰ মেৰিট লিষ্টৰ নম্বৰ প্ৰদানত অবিভক্ত বৰপেটা জিলাৰ প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ । এই অভিযোগ বৰপেটা জিলা দিব্যাংগ সন্থা আৰু বজালী জিলা দিব্যাংগ
Read More...

বিদ্যালয়ৰ কৰ্মচাৰীক দুস্কৃতিকাৰীৰ প্ৰহাৰ …

বিলাসীপাৰাত এজন চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰীক দুস্কৃতিকাৰীৰ দল এটাই জোং ,যাঠি,চোকা অস্ত্ৰৰে মাৰপিট কৰা ভিজুৱেল সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । দুস্কৃতিকাৰীৰ দলটোই বিদ্যালয় খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আব্দুল
Read More...

ধোৱাংখাইতি মধ্য ইংৰাজী বিদ্যালয়ত প্ৰাচীৰ পত্ৰিকা উন্মোচন   

লাহৰিঘাট শিক্ষা খন্ডৰ অন্তৰ্গত ধোৱাংখাইতি মধ্য ইংৰাজী বিদ্যালয়ত প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে লাহৰিঘাট খন্ডপ্ৰাথমিক শিক্ষা বিষয়া আবুল কাশেমে লগতে সহযোগ কৰে বিদ্যালয় সহ পৰিদৰ্শক ছফিকুল ইছলাম আনছাৰিয়ে আদৰ্শ মাৰ্কাজ একাডেমি টেঙাগুৰীৰ ইংৰাজী
Read More...

মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাইলাকন্দিত ৰাইজৰ দলৰ প্ৰতিবাদ…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাইলাকন্দিত ৰাইজৰ দলৰ প্ৰতিবাদ। হাইলাকান্দিৰ চহৰৰ মাজমজিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰতিবাদ ।জিলা সভাপতি জহিৰ উদ্দিন লস্কৰেৰ নেতৃত্বত শতাধিক কর্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।
Read More...

চাপৰত চক্ৰ বিষয়াৰ নেতৃত্বত কৃষি বিষয়াৰ আকষ্মিক অভিযান…

চাপৰত চক্ৰ বিষয়াৰ নেতৃত্বত কৃষি বিষয়াৰ আকষ্মিক অভিযান । সাৰৰ দোকানে দোকানে চলিল এই অভিযান । অভিযানত সাৰৰ দোকানীলৈ কঠোৰ সকিয়নী নিৰ্ধাৰিত মূল্যতকৈ বেছি ললে বাতিল হব দোকানৰ অনুজ্ঞাপত্ৰ ।
Read More...

গৌৰীপুৰত ফাৰ্টিলাইজাৰৰ অভিজ্ঞতা নথকা ব্যক্তিক লৈ ফাৰ্টিলাইজাৰৰ অনুজ্ঞা পত্ৰ প্ৰদান , মাধমাৰ সোধাইছে…

কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া ! আপোনাৰ কৃষি বিভাগৰ পয়ালগা ছবিয়ে কৃষি বিভাগত বাৰু কৈ কালিমা সানিছে। ঘটনাৰ বিৱৰণী মতে, ধুবুৰী জিলাৰ কৃষি বিষয়াই ধনৰ লালসাত পৰি ফাৰ্টিলাইজাৰৰ ওপৰত সামান্য মাত্ৰ জ্ঞান নথকা ব্যক্তিক ফাৰ্টিলাইজাৰৰ দোকানৰ অনুজ্ঞা
Read More...

আজিৰে পৰা  দীপৰ বিল সুৰক্ষা মঞ্চৰ গছপুলি ৰোপণ অভিযান            

প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিলৰ স্বাভাৱিক জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে নতুনকৈ গঠন হোৱা দীপৰ বিল সুৰক্ষা মঞ্চই ছাত্ৰ - ছাত্রীকে ধৰি সাধাৰণ ৰাইজৰ মাজত পৰিবেশ সচেতনা সৃষ্টিৰ বাবে ব্যাপক গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । প্ৰথম
Read More...

বৰপেটাত ছাত্ৰৰ মৃত্যুক লৈ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিবাদ…

বৰপেটাত ছাত্ৰৰ মৃত্যুক লৈ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিবাদ ৷বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ হিমজ্যোতি দাসৰ মৃত্যুৰ ঘটনাৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত প্ৰতিবাদ ৷ দেওবাৰে বেকী নৈৰ পৰা উদ্ধাৰ হৈছিল মহাবিদ্যালয় খনৰ
Read More...

নিজ মাতৃৰ ন্যায় বিচাৰি ৰাজপথত কন্যাৰ প্ৰতিবাদ …

নিজ মাতৃৰ ন্যায় বিচাৰি ৰাজপথত কন্যাৰ প্ৰতিবাদ ৷ গোলাঘাটৰ মেৰাপানীৰ চাউদাং পথাৰত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। উন্মত্ত লোকৰ এটা দলে মৰিয়াই মৰিয়াই হত্যা কৰিছিল এগৰাকী মহিলাক। বৰ্তমান উক্ত ঘটনাৰ লগত জড়িত ১১ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ
Read More...