Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

বাইহাটা চাৰিআলীৰ বামা গাঁৱৰ শ্ৰী শ্ৰী বুঢ়া গোসাঁই থানত চাৰিদিনীয়া কাৰ্যসূচীৰে মনসা পূজা উৎযাপন…

কামৰূপ জিলাৰ বাইহাটা চাৰিআলীৰ বামা গাঁৱৰ শ্ৰী শ্ৰী বুঢ়া গোসাঁই থানত ৪,৫,৬ আৰু ৭ মে চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মনসা পূজা উৎযাপন কৰা হৈছে।
Read More...

পশ্চিম নলবাৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনা ( গ্ৰামীন ) ৰ কৰ্মশালা সম্পন্ন

" চৰকাৰী আঁচনি ৰূপায়নত নচলিব অনিয়ম ৷ পি এম এ ওৱাইৰ হিতাধিকাৰীৰ পৰা উৎকোচ বিচাৰিলেই জনপ্ৰতিনিধি তথা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰহন কৰা হ'ব পদক্ষেপ ৷ " এই মন্তব্য নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনৰ ৷
Read More...

মালাইকা অৰোৰাই দিলে দ্বিতীয় বিবাহৰ ইঙ্গিত….

মালাইকা অৰোৰাই তেওঁৰ আৰু অৰ্জুন কাপুৰৰ সম্পৰ্কৰ বিষয়ে কৈছিল আৰু তেওঁলোকৰ সম্পৰ্ক এতিয়া কি পৰ্যায়ত আছে সেই বিষয়ে কৈছিল। মালাইকাই কয়, "আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি জানো যে আমি আমাৰ ভৱিষ্যত একেলগে বিচাৰো নেকি।মালাইকা অৰোৰা আৰু
Read More...

মৰিগাঁওৰ মাজমজিয়াত ভয়াৱহ পথ দুৰ্ঘটনা…..

বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ মাজমজিয়াত অৱস্থিত মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এক ভয়াৱহ পথ দূৰ্ঘটনা ।
Read More...

টেঙাখাটৰ এটা পথে জীয়াতু ভোগাইছে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীক…..

দুলীয়াজান সমষ্টিৰ টেঙাখাটৰ এটা পথে জীয়াটো ভোগাইছে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক । ভুক্তভোগী ৰাইজৰ পথ মেৰামতিৰ কৰাই দিবলৈ আহ্বান বিধায়ক তেৰচ গোৱালাক ।
Read More...

গহপুৰৰ মহকুমাধিপতি দীপন বৰ্মনৰ মহানুভৱতা…

গহপুৰৰ মহকুমাধিপতি দীপন বৰ্মনৰ মহানুভৱতা। অঘৰী আইতাক বৃদ্ধাশ্ৰামত থোৱাৰ ব্যৱস্থা । ছয়দুৱাৰ খণ্ড উন্নয়ণ বিষয়া,আঞ্চলিক সভানেত্ৰীৰ সহযোগিতা।
Read More...

পথাৰ সদৃহ ৰাস্তা মেৰামতি কৰিবলৈ হাতে- হাতে কোৰ পাচি লৈ ওলাই আহিল পুৰুষ- মহিলা….

চৰকাৰে যিমানে গাঁৱৰ উন্নয়নৰ কথা নকৱক কিয় বাস্তৱত কিন্তু দেখা গৈছে তাৰ ওলোটা ছবি।স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাওঁ।পথৰ দুৰৱস্থাই জলা কলা খোৱাইছে ১নং জৰাগুৰি গাঁৱৰ লগতে বালিদোৱা, ওভোটা গাঁৱৰ ৰাইজক।খুমটাই বিধান সভা
Read More...

টিয়কৰ ভগামুখত ৭•৬২ এম এম পিষ্টলসহ এজনক  আটক ……..                         

ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত লাহোৱাল গাঁৱৰ নিবাসী নগেন্দ্ৰনাথ বৰকটকী পুত্ৰ তথা প্ৰাক্তন আলফা নৱজ্যোতি বৰকটকী ওৰফে (কলীয়াক) বুধবাৰে নিশা নিজাবাসগৃহৰ পৰা এটা ৭•৬২ এম এম পিষ্টল লগতে ৪ ৰাউণ্ড সজীৱ গুলী সহ ভগামুখ আৰক্ষীয়ে আটক কৰে ।
Read More...

শীৰ্ষ দহখন মাতাল দেশ

গ্লোবেল ড্ৰাগ জৰীপ (জিডিএছ) 2021-ৰ শেহতীয়া তথ্য অনুসৰি, অষ্ট্ৰেলিয়াৰ উত্তৰদাতাসকলে যোৱা 12 মাহত 26.7 বাৰ (মাহত প্ৰায় দুবাৰ) সুৰাপান কৰিছিল, যি বিশ্বব্যাপী গড় 15 গুণতকৈ যথেষ্ট অধিক। ডেন আৰু ফিনসকলে 23.8 বাৰ দ্বিতীয় স্থানত আছে,
Read More...