উত্তৰ-পূৰ্বাঞ্চল

জাভেদ আখতাৰৰ অভিযোগত কংগনাৰ বিৰুদ্ধে জামিনযোগ্য ৱাৰেণ্ট জাৰী মুম্বাই আদালতৰ

আজি ১ মাৰ্চত মুম্বাইৰ এখন আদালতে অভিনেত্ৰী কংগনা ৰাণাৱতৰ বিৰুদ্ধে গীতিকাৰ জাভেদ আখতাৰৰ বিৰুদ্ধে দাখিল কৰা মানহানি অভিযোগৰ ক্ষেত্ৰত হাজিৰ হ'বলৈ ব্যৰ্থ হোৱাৰ পিছত...

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই এই বছৰৰ প্ৰথমটো মহাকাশ অভিযান সফলতাৰে আৰম্ভ

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ পোলাৰ চেটেলাইট উৎক্ষেপণ যান C-51-PSLV য়ে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ ক্ষেত্ৰৰ পৰা ২৮ ফেব্ৰুৱাৰী তাৰিখে সফলতাৰে যাত্ৰা সম্পন্ন কৰে। পি...

ডিঙিত গামোচা লৈ পুৱাই ভেকচিন ল’লে প্ৰধানমন্ত্ৰীয়ে

আজিৰে পৰা ভেকচিন প্ৰদানৰ দ্বিতীয় পৰ্যায় আৰম্ভ, পুৱাই ডিঙিত গামোচা লৈ দিল্লীস্থিত এইমছত ভেকচিন ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভেকচিন গ্ৰহণৰ মূহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকীৰ ডিঙিত দেখা পোৱা...

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত আহি উপস্থিত প্ৰিয়ংকা গান্ধী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰিয়ংকা গান্ধী, প্ৰথমে দৰ্শন কৰিব মা কামাখ্যা মন্দিৰ। দেশৰ পাঁচখন ৰাজ্যত নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে শাসনাধিষ্ঠ বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছেও...

বঙাইগাঁও জিলা অসম জাতীয় পৰিষদৰ প্ৰথম অভিৱৰ্তন

বঙাইগাঁও জিলা অসম জাতীয় পৰিষদৰ প্ৰথম অভিৱৰ্তনখন ২৯ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হয় ৷ অভিৱৰ্তনত দলটোৰ জিলা সমিতি গঠনৰ বিষয়টো আলচনা কৰা হয় ৷ বঙাইগাঁও...

Popular