উত্তৰ-পূৰ্বাঞ্চল

Bhupen Hazarika’s Statue: কোকৰাঝাৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ(Bhupen Hazarika's Statue) ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰৰ(Kokrajhar) সুধাকণ্ঠ কাননত প্ৰসিদ্ধ সাংস্কৃতিক ব্যক্তিত্বগৰাকীৰ এক বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে।অনুষ্ঠানটোত বৰেণ্য শিল্পীগৰাকীৰ সন্মানত 'ভূপেন্দ্ৰ বৈভৱ' শীৰ্ষক এখন স্মৰণিকাও উন্মোচন কৰা হয়।

Bangladeshi Issue: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়ঃ মুখ্যমন্ত্ৰী

কোন বাংলাদেশী, কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক'ব। বাংলাদেশী(Bangladeshi Issue) চিনাক্ত কৰা বিজেপিৰ কাম।কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হিচাপে কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(CM HBS)।

Koch Rajbongshi: ১০ নৱেম্বৰৰ আগতে কোচ ৰাজবংশীক বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদানৰ কথা স্পষ্ট কৰক, মুখ্যমন্ত্ৰীক আহ্বান

অসম চৰকাৰে শেতীয়াকৈ বসুন্ধৰা ৩.o জৰিয়তে ভূমি মালিকীস্বত্ব লাভৰ বাবে তিনিটা প্ৰজন্মৰ নথিপত্ৰ দাখিলৰ যি অধ্যাদেশ জাৰি কৰিছে সেই সম্পৰ্কত কোচ ৰাজবংশীসকলক(Koch Rajbongshi) বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদান কৰিব লাগে বুলি দাবী জনাইছে আক্ৰাছুৰ চাৰিটাকৈ গোটৰ লগতে কোচ ৰাজবংশী জাতীয় পৰিষদে(Kamatapuri)৷

A Call to Friendship: পানীখাইটিৰ লুইতৰ পাৰত স্মৃতি ৰোমন্থন অৰ্ধ শতাধিক প্ৰাক্তন গৰ্ডনিয়ানৰ

প্ৰায় দুকুৰি দুবছৰৰ অন্তত(A Call to Friendship) গুৱাহাটীৰ পানীখাইটিৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ(Natural Beauty of the Brahmaputra) মাজত দেওবাৰে পুনৰ মিলিত হ'ল নলবাৰীৰ চৰকাৰী গৰ্ডন(Gordonians) উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ অৰ্ধ শতাধিক সহপাঠী।

Dr Gokul Goswami: বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড০ গকুল গোস্বামীৰ মৃত্যু

কলিয়াবৰৰ সুসন্তান ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীভলাগুৰি সত্ৰত জন্মলাভ কৰা বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ গকুল গোস্বামীয়ে(Dr Gokul Goswami) যোৱা নিশা প্ৰায় ১০ বজাত বাঙ্গালোৰৰ নিজা বাসভৱনত ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। ড০ গকুল গোস্বামী আছিল কলিয়াবৰৰ প্ৰথমজন ডক্টৰেট উপাধি লাভ কৰা ব্যক্তি।

Popular