উত্তৰ-পূৰ্বাঞ্চল

Mising Sports Carnival:মিচিং স্প’ৰ্টছ্‌ কাৰ্নিভেলৰ সামৰণি, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল ধেমাজি

মিচিং জনগোষ্ঠীৰ যুৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আৰম্ভ কৰা মিচিং স্প’ৰ্টছ কাৰ্নিভেল(Mising Sports Carnival) বৰ্ণিল কাৰ্যসূচীৰে কালি পুৱতি নিশা সামৰণি পৰিছে৷

International Badminton Championships:গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ-১০০ আন্তৰ্জাতিক বেডমিণ্টন

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত কাইলৈৰ পৰা আৰম্ভ হ’ব য়নেক্স-ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতা(International Badminton Championships)৷

Wild Elephants:বকোত জীৱ শ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ডৰ বলি বনৰীয়া হাতী

ৰাজ্যৰ ঠাই বিশেষে সঘনাই সংঘটিত হৈ আহিছে হাতী মানুহৰ মাজত সংঘাত(Conflict between elephants and humans)। কামৰূপ জিলাৰ বকোৰ বনাঞ্চলত দীৰ্ঘদিনে বিচৰণ কৰি আহিছে এটা বৃহৎ বনৰীয়া হাতীৰ পাল(Wild Elephants)।

Lovmuna:একেলগে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই আৰু যমুনা বড়ো

গোলাঘাট জিলাৰ বৰপথাৰত শনিবাৰে সন্ধ্যা উপস্থিত হয়হি দুই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই আৰু (Jamuna Bodo) যমুনা বড়ো(Lovmuna)।

Lampi football team:টুপামাৰীত ফুটবল প্ৰতিযোগিতাত মেঘালয়ৰ লাম্পি ফুটবল দল চেম্পিয়ন

কামৰূপৰ ২৭নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ৰঙ্গেশ্বৰী-টুপামাৰী যুৱকসকলৰ উদ্যোগত আৰু টুপামাৰী(Tupamari) বজাৰৰ সৌজন্যত আয়োজন কৰা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন(Football Tournament) দেওবাৰে সামৰণি পৰে।

Popular