উত্তৰ-পূৰ্বাঞ্চল

Directorate of Ethnic Languages:দেশৰ ভিতৰতে জনগোষ্ঠীয় ভাষাৰ সঞ্চালকালয় থকা ৰাজ্য হৈছে অসম

অসম(Assam) চুক্তিৰ ৬নং দফা অনুযায়ী বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শসমূহৰ ভিত্তিত আমাৰ ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীয় ভাষাসমূহৰ(Directorate of Ethnic Languages) প্ৰচাৰ তথা ইয়াৰ শিক্ষাৰ মাধ্যমত প্ৰয়োগৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত জনতা ভৱনত বৃহস্পিতবাৰে ৰাজ্যখনৰ বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধিসমূহৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

Victory Sculptures:বিজয় ভাস্কৰ্যৰে জাতিষ্কাৰ অসম বিধানসভা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ আনন্দই(Victory Sculptures) ৰাজ্যবাসীক উল্লাসিত কৰি ৰখাৰ সময়তে অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অনাদৃত ৰূপত পৰি থকা জনজাতীয় কলা-সংস্কৃতি তথা ভাস্কৰ্যক এক নৱৰূপ প্ৰদান কৰাৰ অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। সেই পদক্ষেপৰ বৃহস্পিতবাৰে সুন্দৰ প্ৰতিফলন ঘটিল অসম বিধানসভাৰ(Assam Assembly) বাকৰিত।

Uric Acid:শৰীৰত ইউৰিক এচিডৰ প্ৰভাৱ আৰু নিৰাময়

ইউৰিক এচিড(Uric Acid) হৈছে জীৱৰ তেজত পোৱা এটা আৱৰ্জনা আৰু ই শৰীৰত পিউৰিন ভাঙিলে সৃষ্টি হয়। আকৌ পিউৰিন হ’ল আমি দৈনন্দিন খোৱা কিছুমান খাদ্য আৰু পানীয়ত পোৱা যায়।

Children’s Rights:শিশুৰ অধিকাৰ, সুৰক্ষা, আইন আৰু প্ৰাসংগিক চিন্তা

শিশু হৈছে দেশৰ অমূল্য সম্পদ, ভৱিষ্যৎ সমাজৰ গুৰি ধৰোতা(Children's Rights)। অফুৰন্ত মৰম-চেনেহ, আদৰ-যত্ন, উপযুক্ত তদাৰক, উপযুক্ত শিক্ষা, পথ-নিৰ্দেশনা আদিৰ(Law and relevant concerns) দ্বাৰা একো একোজন শিশু প্ৰকৃত মানৱ সম্পদলৈ ৰূপান্তৰিত হয় আৰু দেশ তথা জাতিৰ হকে সেৱা আগবঢ়াই উজলি উঠে।

Kampur Book Festival 2024:কামপুৰ গ্ৰন্থ উৎসৱ-২০২৪ত থগিত মহন্তঃ গ্ৰন্থ হৈছে মানুহৰ প্ৰকৃত বন্ধু

কামপুৰত চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত হোৱা কামপুৰ গ্ৰন্থ উৎসৱৰ(Kampur Book Festival 2024) দেওবাৰে সফলতাৰে সামৰণি পৰে।

Popular