উত্তৰ-পূৰ্বাঞ্চল

নৰ্থইষ্ট ইউনাইটেড এফ চি ছেমিত প্ৰৱেশ

চাৰ্চিল ব্রাদাৰ্ছ এফ চিৰ বিৰুদ্ধে বিজয়ৰ পিছত হিৰো ছুপাৰ কাপ ছেমি ফাইনেলত স্থান নিশ্চিত কৰে নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে। বুধবাৰে কেৰালাৰ কোজিকোডৰ ইএমএছ কৰ্প’ৰেশ্যন...

সীমান্ত সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ বৈঠকত মিলিত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী

সোমবাৰে অসম আৰু মেঘালয় উভয়ৰে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ খানাপাৰাত দুয়োখন ৰাজ্যৰ মাজত সীমান্ত সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হয়। খবৰ অনুসৰি, বৈঠকৰ সময়ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব...

উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে কৰিলে উদ্বোধন

২০১৭ চনত আধাৰশিলা স্থাপন কৰা AIIMS আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এইখন হৈছে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS। আজি গৰু বিহুৰ দিনাই অসমবাসীক...

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১৪খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰিবঃ অমিত শ্বাহ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দিশত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে। মঙলবাৰে ডিব্ৰুগড়ত গৃহমন্ত্ৰী অমিত শ্বাহে এক সভাত ভাষণ প্ৰদান কৰে। অমিত শ্বাহে এইবাৰ অসমৰ ১৪ খন...

আমাৰ এক ইঞ্চিও মাটি কোনেও বেদখল কৰিব নোৱাৰেঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১০ এপ্ৰিলত অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰি কিবিথুত কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ আৰম্ভ কৰে। এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়...

Popular