বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱা অসুস্থ। GMCHৰ ICUত চিকিৎসাধীন শিল্পীগৰাকী। বিশেষজ্ঞ চিকিৎসকৰ দলে চলাইছে চিকিৎসা। বিগত কেইবাদিন ধৰি নীলপৱন বৰুৱাই ভুগি আছে জ্বৰত। বুধবাৰে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত GMCHত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে বিশিষ্ট শিল্পীগৰাকী।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- CIDৰ কাৰ্যালয়ত আধাঘণ্টা ধৰি প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আলমক জেৰা…
- দেৰগাঁৱত শ্বহীদ কনকলতা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন…
- ৰূপহীহাটৰ নাবালিকা ধৰ্ষণকাণ্ডৰ অভিযুক্ত ৱাহাৱ আলীক আটক…
- নেমুৰ পুষ্টি আৰু ঔষধি গুণৰ বিষয়ে জানক…
- ধোঁৱাচাঙত হিমন্ত বিশ্ব শৰ্মাৰ ‘অমৃত বৃক্ষ’ আঁচনি : আপ…
- নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰাক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ শুভ উদ্ধোধনী অনুষ্ঠান…
- পাঁচ মিনিটৰ মূৰে মূৰে মিছা কথা কয় ৰাখীয়ে, ৰাখী সাৱন্তৰ ওপৰত খং তনুশ্ৰী দত্তৰ…
- অনন্তনাগ সংঘৰ্ষৰ সপ্তম দিনঃ ৰণত পৰিল সংঘৰ্ষৰ মাষ্টাৰমাইণ্ড লস্কৰৰ কমাণ্ডাৰ উজাইৰ খানক…
- দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়। অভিনেতা অনিল কাপুৰক ‘মিষ্টাৰ ইণ্ডিয়া’ বুলি ক’লেই লাগিব জগৰ, ছবিৰ ব্যৱহাৰতো নিষেধাজ্ঞা…
- কোনো বিদ্যালয় বন্ধ নহয় ! ১১ হাজাৰ বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সামাজিক মাধ্যমত স্পষ্টীকৰণ…