Breaking

অসম আৰক্ষীৰ জালত বিশিষ্ট বাস্তু বিশেষজ্ঞ খুছদীপ বাঞ্চাল ! দিল্লীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বাঞ্চালক…

0 41

অসম আৰক্ষীৰ জালত বিশিষ্ট বাস্তু বিশেষজ্ঞ খুছদীপ বাঞ্চাল।

CIDএ গ্ৰেপ্তাৰ কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাস্তু বিশেষজ্ঞজনক।

দিল্লীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বাঞ্চালক। ভাতৃ হৰিশ বাঞ্চালকো গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। ৬৫ কোটি টকাৰ কেলেংকাৰিত অভিযুক্ত দুয়ো।

Leave A Reply