Breaking

পুনৰ দুই ৰাজপত্ৰিত বিষয়ালৈ জাননী SITৰ…

0 52

পুনৰ দুই ৰাজপত্ৰিত বিষয়ালৈ জাননী SITৰ। নিয়োগ বিষয়া গীতাৰ্থ বৰুৱা, ACS হিতেশ মজুমদাৰলৈ জাননী।

২৯ ডিচেম্বৰত CID কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দুয়োকে। ইফালে ২৬ ডিচেম্বৰত উপস্থিত হ’ব লাগিব জয়ন্ত দলে, প্ৰিয়ংকা ডেকা।

দুয়োৰে বিৰুদ্ধে APSCৰ মূল পৰীক্ষাত নম্বৰ বঢ়োৱাৰ অভিযোগ। উল্লেখ্য যে জয়ন্ত দলে মূল পৰীক্ষাত উত্তীৰ্ণই হোৱা নাছিল।

Leave A Reply