Breaking

নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নৃপেন খান্দাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত…

0 19

নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

কথমপি প্ৰাণৰক্ষা আৰছুৰ প্ৰাক্তন সভাপতি নৃপেন খান্দাৰ।

দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীৰ পৰা ডাম্পাৰ লৈ পলায়ন চালকৰ। গোৱালপাৰাৰ বায়দাতৰ পৰা দুধনৈলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনা।

Leave A Reply