Breaking

৩২ পৰ্যটকৰ লগত ভয়ংকৰ ঘটনা; পর্যটক কঢ়িওৱা এখন বাছ বাগৰি পৰিল খাৱৈত

0 31

৩২জন পৰ্যটকৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।

ওড়িশাৰ ব্রাহ্মণীগাঁৱত পর্যটক কঢ়িওৱা এখন বাছ বাগৰি পৰিল খাৱৈত।

পশ্চিমবংগৰ পৰা গৈছিল পৰ্যটকৰ দলটো।

দুর্ঘটনাত ৩২জনৰো অধিক পর্যটক আঘাতপ্রাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত উপস্থিত আৰক্ষী, অগ্নিনির্বাপকৰ দল।

দুর্ঘটনাত পতিত আটাইকে ততাতৈয়াকৈ উদ্ধাৰ কৰা হয়।

আহতসকলক ভর্তি কৰোৱা হৈছে হাস্পতালত ।

Leave A Reply