Breaking

৮ আৰু ৯ আক্টোবৰত ”অসম ভ্ৰমণ ”কৰিব ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে…

0 23

অহা ইংৰাজী ৮ আৰু ৯ তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে দুদিনীয়া ভ্ৰমণসূচীৰৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আজি ৰাঙাপাৰা বিধানসভা সমষ্টিৰ সন্মানীয় কাৰ্যকৰ্তা সকলৰ সৈতে দুয়ো গৰাকী ৰাষ্ট্ৰীয় নেতাৰ অসম ভ্ৰমণ সম্পৰ্কত এখনী দলীয় প্ৰস্তুতি সভাত অংশ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ।

এই বৈঠকত সাংসদ পল্লব লোচন দাস , স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতী আৰু জিলা সভাপতি বাতাছ ওৰাং সহিতে কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

অহা ইংৰাজী ৮ আৰু ৯ তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয় শুভ উদ্বোধন সহিতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী লৈ অসম ভূমিত উপস্থিত হ’ব।


Leave A Reply