Breaking

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিলাসীপাৰাৰ ধেমধেমাত উদ্ধাৰ মাৰনাস্ত্ৰ…

0 26

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিলাসীপাৰাৰ ধেমধেমাত উদ্ধাৰ মাৰনাস্ত্ৰ |

আৰক্ষীৰ অভিযানত ৫ জাঁই কৈ সজীৱ গুলি সহ জব্দ 7.65 এম এম পিষ্টল |

নিশা আৰক্ষীৰ অভিযানত পিষ্টল সহ আটক এজন যুৱক

আটকাধীন যুৱক জন হাফিজুদ্দিন সেখ বুলি জানিব পৰা গৈছে |

যুৱকজনৰ কৱলৰ পৰা আৰক্ষীয়ে জব্দ কৰে AS16 D – 9138 নম্বৰ হুণ্ডাই ছেন্ট্ৰ’ বাহন |

যুৱক জনৰ ঘৰ ফকিৰাগ্ৰামত |

আটকাধীন যুৱক জন কোনো সন্ত্ৰাসবাদী নে ডকাইতি কাণ্ডৰ সৈতে জড়িত সেয়া পোহৰলৈ অহা নাই |

আৰক্ষীৰ তদন্ত অব্যাহত |

Leave A Reply