Breaking

নিৰ্বাচনৰ প্ৰাকক্ষণত সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি…

0 12

নিৰ্বাচনৰ প্ৰাকক্ষণত সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি। প্ৰাপ্য ধন নোপোৱাৰ অভিযোগ নিৰ্বাচনত ব্যৱহৃত বাহনৰ চালক-হেণ্ডিমেনৰ ।

ভোটকেন্দ্ৰলৈ প’লিং-প্ৰিজাইডিং বিষয়াৰ যাতায়াতৰ বাবে ভাড়াত লৈছিল বাহন।

ধনশিৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰিবহণ কোষে ভাড়ালৈ আনিছিল বাহনসমূহ।কিন্তু হেণ্ডিমেনসকলক খোৰাকি প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰে চালক-হেণ্ডিমেন।

Leave A Reply