July 1, 2024 জুলাই মাহৰ প্ৰথম দিনটোতে হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য… Share FacebookTwitterWhatsAppTelegramKooEmail জুলাই মাহৰ প্ৰথম দিনটোতে দেশবাসীলৈ ভাল খবৰ৷ কিয়নো হ্ৰাস পালে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম৷ ৩০টকা পৰ্যন্ত দাম হ্ৰাস পালে প্ৰতিটো LPG চিলিণ্ডাৰৰ দাম৷ দিল্লী, মুম্বাই, কলকাতা, চেন্নাইত দাম কমিল চিলিণ্ডাৰৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles সাহায্য় সামগ্ৰী, ঔষধ লৈ নেপালত ভাৰতীয় বায়ু সেনাৰ দলঃ ৩০০ ভাৰতীয় নিৰুদ্দেশ, মৃত্যু ১৬৫ জনৰ দৈনন্দিন বাৰ্তা - August 27, 2026 জলবিস্ফোৰত বিধ্বস্ত নেপালঃ বানত নিখোজ হাজাৰ হাজাৰ লোক দৈনন্দিন বাৰ্তা - August 27, 2026 উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026