February 5, 2024 বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাত হুলস্থূলীয়া পৰিস্থিতি… Share FacebookTwitterWhatsAppTelegramKooEmail বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাত হুলস্থূলীয়া পৰিস্থিতি।. ১ মিনিটতে ভাষণ সামৰিবলগীয়া হ’ল ৰাজ্যপালে। বিৰোধীয়ে সৃষ্টি কৰিলে হুলস্থূলীয়া পৰিৱেশৰ। প্লে-কাৰ্ড প্ৰদৰ্শন কৰি ৰাজ্যপালৰ ভাষণ বিৰোধিতা বিৰোধীৰ। Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026