January 2, 2024 নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা। ৪ গৰাকীকৈ স্থানীয় লোকক গুলীয়াই হত্যা। থৌবাল জিলাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৫ খন জিলাত পুনৰ সান্ধ্য আইন বলৱৎ। Author: দৈনন্দিন বাৰ্তা Related Articles ব্ৰিটিছ মিউজিয়ামত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী; বৃন্দাৱনী বস্ত্ৰ দৰ্শন কৰি অভিভূত ! British Museum দৈনন্দিন বাৰ্তা - June 16, 2026 হোজাই আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ । Pijush Hazarika দৈনন্দিন বাৰ্তা - June 9, 2026 ৬১বছৰীয়া আমিৰৰ জুলাইত আকৌ বিয়া জনপ্ৰিয় অভিনেতা আমিৰ খানৰ ।Aamir Khan দৈনন্দিন বাৰ্তা - June 9, 2026