Breaking

স্বামীৰ সুখৰ দিনত নিসংগ পত্নী…

0 198

২০১৮ চনৰ পৰা পৃথককৈ আছে ছামী আৰু হাছিন
ছামীৰ বিৰুদ্ধে এটাৰ পিছত আনটো গুৰুতৰ অভিযোগ কৰিছিল তেওঁ


আনকি মেচ ফিক্সিঙৰ দৰে মাৰাত্মক অভিযোগো আছিল
ছামী-হাছিনৰ ডিভ’ৰ্চো হোৱা নাই বুলি ক’লে হাছিনই


ভাল ক্ৰিকেটাৰ দৰে ভাল মানুহ হ’লে আমি একেলগে আৰু ভাল জীৱন কটাব পাৰিম- হাছিনা
কন্যা-স্বামীৰ সৈতে সুখৰ সংসাৰ কৰিবলৈ মন হাছিনাৰ
ছামীৰ টকা নে স্বামীৰ প্ৰেম?

Leave A Reply