November 13, 2023 দীপাৱলীৰ নিশা মহানগৰীৰ জু-ৰোডৰ নৱনির্মিত উৰণসেতুত সুন্দৰী সুৰামত্ত যুৱতীৰ উদ্ভণ্ডালি… Share FacebookTwitterWhatsAppTelegramKooEmail নিশা মহানগৰীৰ জু-ৰোডৰ নৱনির্মিত উৰণসেতুত সুৰামত্ত যুৱতীৰ উদ্ভণ্ডালি। আৰক্ষীয়ে বাইক ৰখোৱাক লৈ লিপ্ত হয় তৰ্কযুদ্ধত। আৰক্ষীৰ ইউনিফর্মৰ নামফলকো ছিঙিলে যুৱতীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles ঢকুৱাখনাত কেন্দ্ৰীয় বীৰাঙ্গনা সতী সাধনী দিৱস উদযাপন । স্মৃতিগ্ৰন্থ-“বীৰাঙ্গনা” উন্মোচন দৈনন্দিন বাৰ্তা - April 21, 2026 ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা দৈনন্দিন বাৰ্তা - April 21, 2026 ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আনন্দ উৎসৱ উদযাপন দৈনন্দিন বাৰ্তা - April 21, 2026