Breaking

ওপজা দিন উপলক্ষে কলিয়াবৰৰ শ্ৰীশ্ৰী মা কামাখ্যা দেৱালয়ত আশীৰ্বাদ ল’লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে

0 61

ওপজা দিন উপলক্ষে কলিয়াবৰৰ শ্ৰীশ্ৰী মা কামাখ্যা দেৱালয়ত সৰ্বশক্তিমান মা কামাখ্যাৰ আশীৰ্বাদল’লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

বৰ লুইতৰ পাৰত শিলঘাটৰ সমীপৰ এটা পাহাৰৰ শিখৰত অৱস্থিত আৰু ১৭৪৫ খ্ৰীষ্টাব্দত নিৰ্মিত এই পৱিত্ৰ মন্দিৰটো তীৰ্থ ভ্ৰমণ আৰু মা কামাখ্যাৰ ভক্তসকলৰ ইচ্ছা পূৰণ শক্তিৰ বাবে জনাজাত আৰু মাৰ আশীৰ্বাদে মোক আগন্তুক অসমক দেশৰ অন্যতম আগশাৰীৰ ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টাত আগুৱাই যোৱাত কৃপা কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কেবিনেট সতীৰ্থ কেশৱ মহন্ত আৰু বিধায়ক তৰংগ গগৈয়ে।

Leave A Reply