Breaking

মিলনবাকৰ আৰু বালিপৰাৰ এৰাগাওঁ উন্নয়ন সমতিৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ অনুষ্ঠিত…

0 87

ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোনিপুৰৰ তেজপুৰৰ মিলনবাকৰি আৰু বালিপৰাতো উখল মাখল পৰিবেশে বিৰাজ কৰিছে ।

তেজপুৰৰ মিলনবাকৰি আৰু বালিপৰাৰ এৰাগাঁও এতিয়া ৰাস মহোৎসৱৰ বাবে দ্বীতীয় বৃন্দাবনলৈ পৰ্যবসিত হৈছে । মিলনবাকৰ আৰু বালিপৰাৰ এৰাগাওঁ উন্নয়ন সমতিৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ অনুষ্ঠিত কৰিছে ।

ৰাস মহোৎসৱক লৈ দৰ্শকৰ মাজত পাৰভঙা উচাহ ৷এৰাগাওঁৰ স্থায়ী মঞ্চত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাত নৃত্য-গীতেৰে প্ৰাণচঞ্চল হৈ পৰিল সমগ্ৰ পৰিবেশ ৷ এই ৰাসলীলাত শিশু পুৰুষ মহিলা সকলোকে অংশগ্ৰহন কৰা দেখিবলৈ পোৱা গল ।

Leave A Reply