Breaking

মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ এটা সজাঁতী দলে সাক্ষাৎ কৰে ৰাজভৱনত ৰাজ্যপালক

0 58

মূলতঃ দুটা বিষয়ক লৈ ৰাজ্যপালক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

সাম্প্ৰতিক ৰাজ্যজুৰি চৰ্চাত থকা ভিক্টৰ দাসক এক উচিত ন্যায় বিচাৰেৰে মুকলি আকাশৰ তললৈ আনিবলৈ ৰাজ্যপাল প্ৰঃ জগদীশ মুখীক দাবী তুলে কংগ্ৰেছ নেতৃত্বই ।

অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ওপৰত অহা নিযুক্তিৰ দূৰ্নীতি সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে কংগ্ৰেছ নেতৃত্বই ।

সাম্প্ৰতিক মহানগৰীৰ ৰাজগঢত সাংবাদিকৰ আটক সন্দৰ্ভতো চিন্তা প্ৰকাশ কৰাৰ লগতে এক উচিত ন্যায়ৰ আহ্বান কৰে কংগ্ৰেছ সজাঁতী দলটোৱে ।

Leave A Reply