Breaking

বুধবাৰে নুপুৰ খানৰ বিয়া, মাৰাঠী সাজেৰে জোঁৱায়েকৰ ঘৰত উপস্থিত আমিৰ খানৰ দুই প্ৰাক্তন পত্নী…

0 70

কাইলৈ বিবাহপাশত আৱদ্ধ হ’ব আমিৰ খানৰ মৰমৰ কন্যা ইৰা খান আৰু নুপুৰ শিখা। বিয়াৰ মাত্ৰ এদিন পূৰ্বে আজি হালধী অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে আমিৰ খানৰ প্ৰাক্তন পত্নী ৰীনা দত্ত আৰু কিৰণ ৰাও মাৰাঠী সাজেৰে দৰা নুপুৰ শিখাৰেৰ ঘৰত উপস্থিত হয়।

দুই শাহু আইৰ সৈতে প’জ দিলে দৰা নুপুৰ শিখাৰে। মহাৰাষ্ট্ৰীয় দেখা গ’ল ৰূপত কিৰণ ৰাওক। কন্য়া ইৰা বিয়াৰ হালধী অনুষ্ঠানৰ উপলক্ষে আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাও আৰু ৰীণা দত্ত নুপুৰৰ ঘৰত উপস্থিত হয়।

Leave A Reply