Breaking

দূৰ্গা পূজাৰ প্ৰাক মুৰ্হুতত ধুবুৰী আৰক্ষীৰ অভিযানত ধুবুৰীত অস্ত্ৰ সহ গ্ৰেপ্তাৰ এজনক

0 659

গোপন সূত্ৰৰ পম খেদি ধুবুৰীৰ এখন কফি কৰ্ণাৰৰ পৰা বছিৰ উদ্দিন খান নামৰ যুৱক জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ধৃত যুৱক জনৰ পৰা এটা .22 পিস্থল , দুটা মেগজিন আৰু নিসিদ্ধ ড্ৰাগছ জব্দ কৰে।

উক্ত বিষয়ত অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত।

ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলমৰ প্ৰতিবেদন

Leave A Reply