April 24, 2024 গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক… Share FacebookTwitterWhatsAppTelegramKooEmail গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক। কৃষ্ণাইৰ বামুণেপানীখোৱা গাঁৱৰ পৰা আটক মামু ৰাভাক। মামু ৰাভাৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে হস্তনিৰ্মিত ৰাইফলটো। Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026