Breaking

ডিব্ৰুগড়ৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত ইজ অৱ ডুইং বিজনেছৰ চেনচিটাইজেচনৰ এদিনীয়া কৰ্মশালা…

0 56

ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ইজ অৱ ডুইং বিজনেছৰ চেনচিটাইজেচন কৰ্মশালা এদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত হৈ যায়। জিলা উপায়ুক্ত বিশ্বজ্যিত পেগুৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেও জিলাৰ প্ৰতিনিধিয়ে। ইজ অৱ ডুইং বিজনেছ ইন অসমৰ লক্ষ্য হৈছে ৰাজ্যৰ সম্ভাৱ্য আৰু বৰ্তমানৰ ব্যৱসায়িক সমাজৰ প্ৰতি সৰ্বোত্তম সহায় আগবঢ়োৱাৰ বাবে এক মঞ্চ সৃষ্টি কৰা আৰু ৰাজ্যখনৰ সকলোৰে বাবে সমৃদ্ধিৰ দৃষ্টিভংগীক আগুৱাই লৈ যোৱা।

ই ব্যৱসায়িক নিয়মৰ বস্তুনিষ্ঠ পদক্ষেপ প্ৰদান কৰে। কৰ্মশালাত ইজ অল ডুইং বিজনেচ পৰ্টেলটি কেনেকৈ ব্যৱহাৰ, ব্যৱহাৰ কৰিছে যদি কিবা অসুবিধা তথা আঁসোৱাহ আছে নিকে আদি বিষয় সমূহত গুৰুত্ব প্ৰদান কৰা হয়।

Leave A Reply