Breaking

বিৰাট কোহলীৰ ৫০তম শতক অৰ্জনত বিনামূলীয়াকৈ বিৰিয়ানী বিতৰণ এজন ব্যক্তিৰ…

0 64

বুধবাৰে আই চি চি বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতীয় ক্ৰিকেট দলে বিশ্বকাপৰ ফাইনেলৰ টিকট নিশ্চিত কৰে। মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতে নিউজিলেণ্ডক ৭০ ৰানত পৰাস্ত কৰে।

ইফালে উত্তৰ প্ৰদেশৰ বাহৰেইচ জিলাত বিৰাট কোহলীৰ শতক বেলেগ ধৰণেৰে উদযাপন কৰা হয়। ইয়াত এজন বিৰিয়ানী দোকানীয়ে বিৰাট কোহলীৰ শতকত বিনামূলীয়াকৈ বিৰিয়ানী বিতৰণ কৰিছিল। বহুত মানুহে বিনামূলীয়াকৈ বিৰিয়ানী খালে। ৰাস্তাৰ দুয়োকাষে দীঘলীয়া জাম।

Leave A Reply