Breaking

নগাওঁ পাথৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক আৰু গুৰুতৰভাৱে আহত ৩ জন…

0 37

নগাওঁ পাথৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন লোক আৰু গুৰুতৰভাৱে আহত ৩ জন।হোজাইৰ পৰা শিলচৰ সংযোগী চাৰিলেনযুক্ত পথত এই দুৰ্ঘটনা।

তীব্ৰবেগী ইন’ভাখনৰ পাছফালৰ এটা চকা ফুটাৰ ফলতে এই দুৰ্ঘটনা।দুৰ্ঘটনাৰ ফলত বাহনখনৰ পৰা চিটিকি পৰে যাত্ৰীসকল।

আহতসকলক নগাওঁ ভোগেশ্বৰী ফুকননি অসামৰিক হাস্পতালত ভৰ্তি।পথৰ ডিভাইডাৰত লাগি কোনোমতে ওলমি ৰৈছে বাহনখন।দুৰ্ঘটনাগ্ৰস্ত ইন’ভাখনৰ নম্বৰ এ এছ ০৯ এফ০৭৯৭।

Leave A Reply