Breaking

জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…

0 12

জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে৷

একে দিশৰে গৈ থকা ট্ৰাকৰ পিছফালে খুন্দিয়ালে তীব্ৰবেগী এএছ১২এই৭০৮৯ নম্বৰৰ য়ামাহা বাইকে৷

থিতাতে নিহত হয় মানচিৰি বালিজানৰ ৰেকিব আলি৷গুৰুতৰভাৱে আহত জেহেৰুল ইছলামক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷

Leave A Reply