Home Blog Page 2

ৰাজ্যৰ লাখ লাখ কৃষকে পাব আনাৰস, বগৰী, কঁঠালৰ পুলি

ৰাজ্যৰ লাখ লাখ কৃষকে পাব আনাৰস, বগৰী, কঁঠালৰ পুলি
ৰাজ্যৰ লাখ লাখ কৃষকে পাব আনাৰস, বগৰী, কঁঠালৰ পুলি

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ঘোষণা।

ৰাজ্যৰ লাখ লাখ কৃষকে পাব আনাৰস, বগৰী, কঁঠালৰ পুলি।

এমাহৰ ভিতৰত ৰাজ্যৰ লাখ লাখ কৃষকে পাব আনাৰস, বগৰী, কঁঠালৰ পুলি।

অনাগত দিনত FPOৰ সংখ্যা বৃদ্ধি কৰাটো লক্ষ্য চৰকাৰৰ।

অসমৰ ৫০% কৃষিক্ষেত্ৰত ব্যৱস্থা কৰা হ’ব জলসিঞ্চনৰ বিভাগীয়।

ACTION MODEত কৃষি মন্ত্ৰী পীয়ূষ হাজৰিকা

ACTION MODEত কৃষি মন্ত্ৰী পীয়ূষ হাজৰিকা
ACTION MODEত কৃষি মন্ত্ৰী পীয়ূষ হাজৰিকা

ACTION MODEত কৃষি মন্ত্ৰী পীয়ূষ হাজৰিকা।

বিষয়া কৰ্মচাৰীক সন্মুখত বহুৱাই ধমক কৃষি মন্ত্ৰী পীয়ূষ হাজৰিকাৰ।

পূৰ্বে কৃষি বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰী সন্দৰ্ভত বিভাগীয়া বিষয়া-কৰ্মচাৰীক ধমক মন্ত্ৰীগৰাকীৰ।

এতিয়াৰে পৰা ধানৰ পৰিৱৰ্তে পতান ওলালেও কৃষি বিভাগৰ বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব।

এই মন্তব্য কৃষি মন্ত্ৰী পীয়ূষ হাজৰিকাৰ।

কৃষি বিভাগত চলি থকা চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধেও সৰৱ মন্ত্ৰী পীয়ূষ হাজৰিকা।

কৃষি বিভাগক লৈ No Compromise নীতি মন্ত্ৰী পীয়ূষ হাজৰিকাৰ।

কৃষি বিভাগৰ দায়িত্ব লৈয়ে পৰ্যালোচনা বৈঠকত বহিল মন্ত্ৰীগৰাকী।

অসমৰ সকলো মন্ত্ৰী-বিধায়কৰ ব্যক্তিগত দেহৰক্ষী সলনি

মন্ত্ৰী-বিধায়ক-সাংসদৰ ব্যক্তিগত দেহৰক্ষী সলনি
মন্ত্ৰী-বিধায়ক-সাংসদৰ ব্যক্তিগত দেহৰক্ষী সলনি

সকলো মন্ত্ৰী-বিধায়ক-সাংসদৰ ব্যক্তিগত দেহৰক্ষী সলনি।

অসমৰ সকলো মন্ত্ৰী-বিধায়ক আৰু সাংসদৰ ব্যক্তিগত দেহৰক্ষী সলনি।

ইয়াৰ বাবে ভাগে ভাগে বিভাগীয় নিৰ্দেশনা জাৰি

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নিৰ্দেশত গৃহ আৰু ৰাজনৈতিক বিভাগৰ বৃহৎ পদক্ষেপ

১ জুলাইৰ বাছৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত

১ জুলাইৰ বাছৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত
১ জুলাইৰ বাছৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত

১ জুলাইৰ বাছৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত।

১ জুলাইৰ পৰা ৭০ শতাংশ বাছভাড়া বৃদ্ধিৰ সিদ্ধান্ত।

বর্ধিত বাছভাৰা অনুসৰি নিম্নতম ভাড়া হ’ব ২০ টকা।

বাছভাড়া বৃদ্ধিৰ সিদ্ধান্ত সদৌ অসম মটৰ পৰিবহণ সংস্থাৰ।

ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত।

আজি স্বাক্ষৰিত হ’ব ইৰান-আমেৰিকাৰ শান্তি চুক্তি

আজি হ'ব আমেৰিকা-ইৰাণৰ শান্তি চুক্তি
আজি হ'ব আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

আজি হ’ব আমেৰিকা-ইৰাণৰ শান্তি চুক্তি।

শান্তি চুক্তিৰ ঘোষণা ডনাল্ড ট্রাম্পৰ।

আজি হ’ব পাৰমাণৱিক অস্ত্ৰ সম্বৰণ চুক্তি।

ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ।

চুক্তি স্বাক্ষৰিত হ’লেই মুকলি হ’ব হৰমুজ প্রণালী।

ডিজিটেল মাধ্যমেৰে হ’ব চুক্তি স্বাক্ষৰ।

জনালে মধ্যস্থতাকাৰী পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে।

আজিৰে পৰা T20 মহিলা বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব ভাৰতীয় মহিলা দলে

আজিৰে পৰা T20 মহিলা বিশ্বকাপ
আজিৰে পৰা T20 মহিলা বিশ্বকাপ

T20 মহিলা বিশ্বকাপ।

আজি মহিলা টি-২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিব ভাৰতে।

প্ৰথমখন মেচত ভাৰতে যুঁজ দিব চিৰ শত্ৰু পাকিস্তানৰ বিৰুদ্ধে।

সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব মেচখন।




জুবিন বিহীন ৯টা মাহঃ সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ
সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

জুবিন বিহীন আজি ৯টা মাহ।

সামাজিক মাধ্যমত প্ৰিয় মানুহজনক সুঁৱৰি গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট।

‘আজি ৯ মহীয়া তিথিৰ নিয়মবোৰ পালন কৰিব লগা হ’ল.. বুকুখনত এচপৰা শিল থৈ নীতি নিয়মবোৰ পালন কৰিছোঁ, তোমাৰ শান্তি আৰু কুশল চিন্তি প্ৰাৰ্থনা কৰিছোঁ সদায়…’

‘প্ৰাৰ্থনাবোৰ প্ৰায় একেই আছে.. সময়বোৰো যদি থাকিলেহেঁতেন একেদৰেই.. এই সকলোবোৰ যদি মিছা হলহেঁতেন !’

‘সময় আৰু ভগৱানৰ হিচাপ কেনেকৈ ইমান ভুল হʼল ?’








আপুনিও ৰাতি ৯ বজাৰ পিছত ৰাতিৰ আহাৰ খায় নেকি? ইয়াৰ ফলত আপোনাৰ শৰীৰত কি সমস্যা হ’ব জানেনে ?

আপুনিও ৰাতি ৯ বজাৰ পিছত ৰাতিৰ আহাৰ খায় নেকি?
আপুনিও ৰাতি ৯ বজাৰ পিছত ৰাতিৰ আহাৰ খায় নেকি?

ভাৰতীয় চহৰত বসবাস কৰা লোকসকলে প্ৰায়ে নিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰে। আপুনি জানেনে ৰাতি ৯ বজাৰ পিছত খাদ্য খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে।

ভাৰতৰ চহৰবোৰত প্ৰায়ে নিশা ৯ বজাৰ পিছত মানুহে ৰাতিৰ আহাৰ গ্ৰহণ কৰে। গভীৰ নিশাও কিবা এটা খায়। গভীৰ নিশা খাদ্যৰ লোভ এটা অভ্যাসত পৰিণত হৈছে মানুহৰ। মানুহে প্ৰায়ে শোৱাৰ আগতে চিপচ, কুকিজ বা চকলেট খায়। অধ্যয়নত প্ৰকাশ পাইছে যে গভীৰ নিশা খাদ্য গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক।

নিশা ৯ বজাৰ পিছত খাদ্য খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে। আচলতে খাদ্য খোৱাৰ সময়ে আপোনাৰ হজম শক্তি আৰু অন্ত্ৰৰ বেক্টেৰিয়াৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়।

২০২৬ চনত পাচন ৰোগ সপ্তাহ সন্মিলনত গৱেষকসকলে প্ৰায় ১১,০০০ লোকৰ ওপৰত এক অধ্যয়ন চলাইছিল।এই অধ্যয়নত দেখা গৈছে যে নিশা ৯ বজাৰ পিছত খাদ্য খোৱা লোকসকলে অধিক কেলৰি খায়। ফলস্বৰূপে তেওঁলোকৰ পেটৰ লগত জড়িত সমস্যা, কোষ্ঠকাঠিন্য আৰু ডায়েৰিয়া আদিৰ সম্ভাৱনা বেছি আছিল।

আমাৰ শৰীৰে ঘড়ীৰ দৰে কাম কৰে। শৰীৰৰ ঘড়ীয়ে সকলো বস্তু নিয়ন্ত্ৰণ কৰে, যেনে বিপাকীয় ক্ৰিয়া, টোপনি, হজম শক্তি, হৰম’ন। আমাৰ অন্ত্ৰত থকা বেক্টেৰিয়াবোৰেও এটা সময়সূচী অনুসৰি কাম কৰে। অসময়ত খাদ্য গ্ৰহণ কৰিলে শৰীৰৰ ঘড়ীত ব্যাঘাত জন্মে, যাৰ ফলত পাচনতন্ত্ৰই অনুচিতভাৱে কাম কৰে।

প্ৰতিদিনে দেৰিকৈ খালে এই অভ্যাস ক্ষতিকাৰক। পলমকৈ খালে কোষ্ঠকাঠিন্য, ডায়েৰিয়া, এচিড ৰিফ্লাক্স আদি হ’ব পাৰে। ইয়াৰ উপৰিও আপুনি দীৰ্ঘদিন ধৰি গভীৰ নিশা খাদ্য গ্ৰহণ কৰি থাকিব পাৰে। ইয়াৰ ফলত মেদবহুলতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি ৰোগ হ’ব পাৰে।

১ জুলাই পৰা ৰাজ্যত বলৱৎ হ’ব VB-G RAM G আইন

১ জুলাই পৰা ৰাজ্যত বলৱৎ হ'ব VB-G RAM G আইন
১ জুলাই পৰা ৰাজ্যত বলৱৎ হ'ব VB-G RAM G আইন

VB–G RAM Gৰ বাবে ব্যয় কৰিব ২ হাজাৰ কোটি টকা।

১ জুলাই পৰা ৰাজ্যত বলৱৎ হ’ব VB-G RAM G আইন।

VB-G RAM Gৰ বাবে ব্যয় কৰিব ২ হাজাৰ কোটি টকা।

চলিত বৰ্ষৰ বাবে ২ হাজাৰ কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে।

প্রতিখন পঞ্চায়তে লাভ কৰিব ১ কোটিকৈ টকা।

১২৫ দিনৰ নিশ্চিত কৰ্মৰ সুবিধা পাব গাঁৱৰ মানুহে।

ৰাজ্যিক কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

আধাৰ কাৰ্ডক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আধাৰ কাৰ্ডক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
আধাৰ কাৰ্ডক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আধাৰ কাৰ্ডক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ৰাজ্যত এতিয়া ১৮ বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড।

আধাৰ কাৰ্ডৰ বাবে ল’ব লাগিব ৰাজ্য চৰকাৰৰ অনুমতি।

প্রয়োজনত জিলা আয়ুক্তই ল’ব লাগিব চৰকাৰৰ অনুমতি।

২০২৭ৰ মাৰ্চলৈ ST, চাহ বাগানৰ লোকে পাব আধাৰ কার্ড।

অবৈধ বাংলাদেশীয়ে যাতে ৰাজ্যত আধাৰ কাৰ্ড ল’ব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত।