খাৰুৱা তেল-প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদন সন্দৰ্ভত চুক্তি।
দিল্লীত সম্পন্ন ঐতিহাসিক ত্রিপাক্ষিক বুজাবুজি চুক্তি
প্রাকৃতিক গেছ, তেলৰ সন্ধান চলিব অসম-নাগালেণ্ড সীমান্তত।
ইয়াৰ ফলত শক্তি অনুসন্ধান, সম্পদ আহৰণ আৰু ৰাষ্ট্ৰৰ শক্তি সুৰক্ষা অধিক সুদৃঢ় কৰাৰ নতুন দিগন্ত মুকলি হ’ল বুলি মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবেও পদক্ষেপ।
৫০-৫০ শতাংশ আদান-প্রদানেৰে সীমা সমস্যা সমাধানত সন্মতি।