দেশৰ ক্ৰীড়া জগতৰ বাবে দুখৰ খবৰ।
ভাৰতীয় শ্বুটাৰ যশপাল ৰাণাৰ দেহাৱসান।
৪৯ বছৰ বয়সত শেষনিশ্বাস ত্যাগ শ্বুটাৰগৰাকীৰ।
এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী যশপাল ৰাণা।
তাৰকা শ্বুটাৰ মনু ভাকৰৰ প্ৰশিক্ষকো আছিল ৰাণা।