জন্মদিন উপলক্ষে মোদীয়ে বিগত সময়ত বিভিন্নজনৰ পৰা লাভ কৰা উপহাৰ সমূহ নিলাম কৰা হ’ব। ৰক্তদানৰ পৰা বৃক্ষ ৰোপণলৈকে ১৫ দিনত ৰূপায়ণ কৰা হ’ব বিভিন্ন কাৰ্যসূচী। অসমতো ১৫ দিনীয়াকৈ জন্মদিনৰ বিশেষ কাৰ্যসূচী পালন।
দেশ–বিদেশৰ বিভিন্ন ব্যক্তি, চৰকাৰ, সংগঠন আদিৰ পৰা পোৱা ১২০০ৰো অধিক উপহাৰ–সামগ্ৰী নিলাম কৰা হ’ব। জন্মদিন উপলক্ষে আজি আত্মসহায়ক গোটৰ এখন সন্মিলনতো ভাগ ল’ব মোদীয়ে।
ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শুকুৰবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৪ নং ৰজাগড় শিৱ মন্দিৰত উদ্যাপন কৰা হ’য় ৷ ১৯৭৯ চনতে জন্ম লাভ কৰা নাগাৰা নাম সংঘই দৰঙৰ আপুৰুগীয়া লোক সংস্কৃতি নাগাৰা নামক অসমৰ চুকে কোনে জনপ্ৰিয় কৰি তোলাৰ লগতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ অনুষ্ঠানৰ কাৰ্যসূচী মতে আজি ৰাতিপুৱা পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে দৰং – ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ সভাপতি বিষ্ণু প্ৰিয়ম ৰাভাই ৷
ইয়াৰ পাছতে দৰং ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা নাগাৰা নামৰ শিল্পী সকলে নাম পদৰ্শণ কৰে ৷ উক্ত কাৰ্য্যসূচী উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বিকন ডেকাই ৷ দুপৰীয়াৰ ভাগত অনুষ্ঠিত হ’য় সম্বৰ্ধনা আৰু মুকলি সভা ৷ বিষ্ণু প্ৰিয়ম ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক নৱ কুমাৰ শইকীয়াই ৷ নিজৰ উদ্বোধনী ভাষণত শইকীয়াই দৰঙৰ আপুৰুগীয়া সম্পদ নাগাৰা নামক কেতিয়াও বিকৃত কৰিবলৈ দিয়া নহব বুলি সকীয়াই দিয়ে ৷ নাগাৰা নামক পেৰদী , আধুনিক গীতলৈ টানি আনি বহুৱালী নকৰিবলৈও সাৱধান কৰি দিয়ে নাগাৰা নামৰ শিল্পী সকলক ৷
সভাত সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি তথা জনপ্ৰিয় নাগাৰা নামৰ পাঠক বলো বৈশ্যই নিৰ্দ্দিষ্ট বক্তাৰ ভাষণত নাগাৰা নামক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নাগাৰা নাম সংঘ বদ্ধপৰিকৰ বুলি কয় ৷
তদুপৰি সভাত অৱসৰী অধ্যক্ষ নীলধৰ ডেকা , কোচ ৰাজবংশী সন্মিলনীৰ নেতা ধৰ্ম দাস প্ৰমূখ্যে বহু সংখ্যক লোক উপস্থিত থাকে ৷ সভাতে জ্যেষ্ঠ শিল্পী বিপিন ৰাভা , দেবেন ডেকা আৰু দ্বিজেন ডেকাক নাগাৰা নাম সংঘই ফুলাম গামোচা আৰু মানপত্ৰৰে উষ্ম সম্বৰ্ধনা জনায় ৷ সভাৰ আঁত ধৰে দৰং – ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ সম্পাদক লক্ষ্যধৰ দাসে ৷
আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা(Vishwakarma Puja 2022) ৷ বিশ্বকৰ্মা পূজা উপলক্ষ্যে আজি ধুই-পখালি চিকুণাই তোলা হৈছে যান-বাহন, কল-কাৰখানাৰ যন্ত্ৰ-পাতি ৷
বিশ্বকৰ্মা পূজা মূলতে ভাৰতৰ অসম, কৰ্ণাটক, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰাকে ধৰি কেইবাখনো ৰাজ্যত ৷ প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তিত পালন কৰা হয় হয় বিশ্বকৰ্মা পূজা । এই উৎসৱ সাধাৰণতে কাৰখানা আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষে ঘৰতো পালন কৰে । বিশ্বকৰ্মা পূজাত ঘৰত থকা সাধাৰণ চাইকেলখনৰ পৰা ডাঙৰ ডাঙৰ উদ্যোগৰ যন্ত্ৰসমূহক পূজা অৰ্চনা কৰা হয় ৷
সমগ্ৰ দেশৰ লগতে আজি অসমতো আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজাৰ । গুৱাহাটী মহানগৰীত বিশ্বকৰ্মা পূজা উপলক্ষ্যে পুৱাৰে পৰা ব্যস্ততাময় পৰিবেশে বিৰাজ কৰিছে ৷ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন কাৰখানা, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ উপৰি যান-বাহনৰগৰাকীসকলেও জাক-জমকতাৰে বিশ্বকৰ্মা পূজা উদযাপনৰ প্ৰস্তুতি চলাইছে ।
কামৰূপ জিলাৰ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত শুক্ৰবাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে খোৱা পানী যোগান আঁচনি মুকলি কৰা হয় ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হাজো সংমণ্ডলৰ অধীনত নিৰ্মাণ কৰা পানী যোগান আঁচনিখনৰ শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৷ আঁচনিখনৰ শুভ উদ্বোধনৰ পিছতে জ্যেষ্ঠ শিক্ষক দেৱেন্দ্ৰ নাথ ডেকাৰ সঞ্চালনাত এখনি সভা অনুষ্ঠিত হয় ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মনজুৰ আলীয়ে ৷
বিশ্বকৰ্মা পূজা মূলতে ভাৰতৰ অসম, কৰ্ণাটক, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰাকে ধৰি কেইবাখনো ৰাজ্যত ৷ প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তিত পালন কৰা হয় হয় বিশ্বকৰ্মা পূজা । এই উৎসৱ সাধাৰণতে কাৰখানা আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষে ঘৰতো পালন কৰে । বিশ্বকৰ্মা পূজাত ঘৰত থকা সাধাৰণ চাইকেলখনৰ পৰা ডাঙৰ ডাঙৰ উদ্যোগৰ যন্ত্ৰসমূহক পূজা অৰ্চনা কৰা হয় ৷
হিন্দু ধৰ্মৰ মতে, নিৰ্মাণ আৰু সৃষ্টিৰ ক্ষেত্ৰখনত দেৱশিল্পীৰ আশীষ অবিহনে অভিষ্ট সিদ্ধি নহয় । এই বিশ্বাসক সৰোগত কৰিয়েই তাহানিৰে পৰা চলি আহিছে বিশ্ব খনিকৰৰ পূজা-অৰ্চনা । আজি বিশ্বকৰ্মা পূজা উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান, কল-কাৰখানা আদি সকলো অনুষ্ঠান-প্ৰতিষ্ঠান সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে ।
সমগ্ৰ দেশৰ লগতে আজি অসমতো আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজাৰ । গুৱাহাটী মহানগৰীত বিশ্বকৰ্মা পূজা উপলক্ষ্যে পুৱাৰে পৰা ব্যস্ততাময় পৰিবেশে বিৰাজ কৰিছে ৷ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন কাৰখানা, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ উপৰি যান-বাহনৰগৰাকীসকলেও জাক-জমকতাৰে বিশ্বকৰ্মা পূজা উদযাপনৰ প্ৰস্তুতি চলাইছে ।
শিক্ষক পৱন চন্দ্ৰ ডেকাই আঁত ধৰা এই সভাখনতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য-গীত প্ৰদৰ্শনৰে দৰ্শকক আপ্লুত কৰে ৷ সভাত বিশিষ্ট শিক্ষাবিদ ৰজনীকান্ত তালুকদাৰ,বিশিষ্ট সমাজসেৱীকা উৰ্বশী চৌধুৰী, অৱসৰী শিক্ষক বিপিন চন্দ্ৰ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
ভোজপুৰী অভিনেত্ৰী অক্ষৰা সিঙৰ এমএমএছ লিক সকলোতে আলোচনা হৈ আছে। কিন্তু আপুনি ইয়াৰ আঁৰৰ সত্যটো জানেনে?
ভোজপুৰী অভিনেত্ৰী অক্ষৰা সিংঃ ভোজপুৰী চলচ্চিত্ৰৰ অন্যতম ব্যয়বহুল অভিনেত্ৰী অক্ষৰা সিঙে আজিকালি ছ’চিয়েল মিডিয়াত এমএমএছৰ বাবে শিৰোনাম দখল কৰিছে। এই এমএমএছৰ বিষয়ে বহু প্ৰকাৰৰ বাতৰি আছে। আনকি এই এমএমএছৰ বিষয়ে অক্ষৰা সিঙৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। এই ভিডিঅ’টোত, অক্ষৰা সিঙক তিক্তভাৱে কান্দি থকা দেখা গৈছে। ভিডিঅ’টোত, অক্ষৰাই কান্দি কান্দি বেয়া হৈ পৰিছে আৰু তেওঁ হাত জোৰ কৰা লোকসকলক আমাক বদনাম নকৰিবলৈ অনুৰোধ কৰিছে। অক্ষৰা সিঙৰ এই এমএমএছ ভিডিঅ’টোৰ সম্পূৰ্ণ সত্যতা কি জানক।
অক্ষৰা সিঙৰ এমএমএছ লিক
অতীতত, অঞ্জলি অৰোৰাৰ পিছত, ভোজপুৰী অভিনেত্ৰী অক্ষৰা সিঙৰ এমএমএছ লিক হোৱাৰ খবৰ পোৱা গৈছিল। এই বাতৰিটো সামাজিক মাধ্যমত এনেদৰে বিয়পি পৰিছিল যে সকলোৱে এই এমএমএছৰ বিষয়ে আলোচনা কৰি আছে। প্ৰকৃততে, ছ’চিয়েল মিডিয়াত এমএমএছ লিক হোৱাৰ বাতৰিৰ সৈতে, অক্ষৰা সিঙৰ এটা কান্দোনৰ ভিডিঅ’ অতি ভাইৰেল হৈ পৰিছিল। এই ভাইৰেল ভিডিঅ’টোৰ সন্দৰ্ভত, কোৱা হৈছিল যে অক্ষৰাৰ এমএমএছ লিক হোৱাৰ পিছত বিচলিত হৈ কান্দি আছে।