আজি আই চি চি মহিলা বিশ্বকাপৰ এখন খেলত ভাৰতে বৃহৎ জয় লাভ কৰিছে। প্ৰতিযোগিতাৰ ষষ্ঠম খন মেচত ভাৰতে বাংলাদেশক ১১০ ৰানত পৰাস্ত কৰে।ভাৰতে প্ৰথম বেট ধৰি ২২৯ ৰান কৰে। তাৰ পিছত বেট ধৰিবলৈ অহা বাংলাদেশ দলে মাত্ৰ ১১৯ ৰানতে নিজৰ ইনিংছ সামৰে। প্ৰতিযোগিতা খনত ভাৰতৰ তৃতীয় বিজয় আৰু পইণ্ট তালিকাত ৱেষ্ট ইণ্ডিজক চেৰ পেলাই তৃতীয় স্থানত অধিষ্ঠিত হৈছে।এইবাৰৰ বিশ্বকাপৰ খেল সমূহত ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হৈ আছে আৰু লীগ মেচৰ অন্তৰ পিছত পইণ্ট তালিকাৰ শীৰ্ষত থকা দল চাৰিটাই ছেমিফাইনেলত অৱতীৰ্ণ হ’ব।
১২ পইণ্টেৰে তালিকাৰ শীৰ্ষস্থানত অষ্ট্ৰেলিয়া, ৮ পইণ্টেৰে দক্ষিণ আফ্ৰিকা দ্বিতীয় স্থানত,৬ পইণ্টেৰে তৃতীয় স্থানত আছে ভাৰত।এই জয়ে ২০০৯ চনৰ পিছত পাকিস্তানৰ বাবে প্ৰথম বিশ্বকাপ জয় চিহ্নিত কৰে।
আন্তৰিকতাৰে বাছনি কৰা হিন্দু মুখ্যমন্ত্ৰী হৈছে কুবুল সাক্ষাৎকাৰৰ শেষত, ফাৰুকে উপত্যকাত হিন্দু মুখ্যমন্ত্ৰী হোৱাৰ বিষয়ে কৈছিল- যদি হিন্দু মুখ্যমন্ত্ৰী সততাৰে আহে, কোনো কাশ্মীৰীয়ে আঙুলি তুলিব নোৱাৰে, যদি তেওঁ অসৎভাৱে আহে, আমি কুবুল নকৰো।