Smriti Mandhana launches City Cricket Academy in Dubai with UK-based coach Don Bhagawati
Read more At:
https://www.aninews.in/news/sports/cricket/smriti-mandhana-launches-city-cricket-academy-in-dubai-with-uk-based-coach-don-bhagawati20250419004307/
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই(Smriti Mandhana) ব্ৰিটেইনৰ প্ৰখ্যাত প্ৰশিক্ষক তথা অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন (অংশুমান) ভাগৱতীৰ সৈতে মিলি ডুবাই আন্তঃৰাষ্ট্ৰীয় একাডেমী আল বৰ্ষাত ‘চিটি ক্ৰিকেট একাডেমী’ নামেৰে এক আন্তৰ্জাতিক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছে৷ আজি ক্ৰিকেট প্ৰেডিক্টাই আয়োজন কৰা এক সংবাদমেলত মান্ধানাই এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ তেওঁৰ নিৰিক্ষণতে পৰিচালিত হ’বলগা কেন্দ্ৰটো ডুবাইৰ প্ৰথমটো অত্যাধুনিক ক্ৰিকেট একাডেমী হ’ব৷ সকলো বয়সৰ ল’ৰা-ছোৱালীৰ বাবে মুকলি কৰা এই একাডেমীত ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ডনৰ পত্নীও মেণ্টৰৰূপে থাকিব৷
ধনু ৰাশি আপোনাৰ মনলৈ নতুন ধাৰণা আহিব আৰু আপুনি নতুন কিবা এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো ভাল। আপোনাৰ সন্তানৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। আজি জীৱনত সৃষ্টিশীলতা থাকিব। প্ৰেম জীৱনৰ গভীৰতা বাঢ়িব। বন্ধু-বান্ধৱীৰ পৰা প্ৰেৰণা পাব। বিনিয়োগৰ সৈতে জড়িত সিদ্ধান্ত লাভজনক হ’ব পাৰে।
মকৰ ৰাশি পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে কিন্তু আপুনি ভালদৰে পালন কৰিব। আপোনাৰ কেৰিয়াৰত স্থিতিশীলতা পাব। আজি ঘৰত কিবা এটা অনুষ্ঠান হ’ব পাৰে। পিতৃ-মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। আৰ্থিক অৱস্থা আগতকৈ ভাল হ’ব। আপুনি কোনো জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন পাব পাৰে। আপুনি স্থাৱৰ সম্পত্তিৰ কথা বিবেচনা কৰিব পাৰে।
কুম্ভ ৰাশি যোগাযোগ আৰু নেটৱৰ্কিঙৰ বাবে আজি এক অনুকূল দিন। সংবাদ মাধ্যম, লেখা আৰু শিক্ষাৰ সৈতে জড়িত লোকসকলে লাভ কৰিব সুবিধা। আদালতৰ গোচৰত সফলতা লাভ কৰিব পাৰি। এটা চুটি ভ্ৰমণ লাভজনক হ’ব। পাৰিবাৰিক উত্তেজনা কমি যাব। সৃষ্টিশীল ক্ষেত্ৰত স্বীকৃতি বৃদ্ধি পাব। কিছু গুৰুত্বপূৰ্ণ তথ্য আজি লাভ কৰিব পাৰে।
মীন ৰাশি ধনৰ বিষয়ত সতৰ্কতা আৱশ্যক। নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখি ব্যৱসায়িক সিদ্ধান্ত লওক। আজি হয়তো আপুনি এটা নতুন দক্ষতা শিকাৰ সুযোগ পাব। পত্নীৰ লগত সময় কটাওক, মনটো সুখী হ’ব। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত ভাল ফলাফল লাভ কৰিব পাৰে। আপুনি আধ্যাত্মিক শক্তিৰ অভিজ্ঞতা লাভ কৰিব।