শ্বাহে ২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবলৈ ৰাজ্য বিজেপি নেতৃত্বৰ সৈতে সভা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। সূত্ৰই জনোৱাৰ মতে, শ্বাহে নিৰ্বাচনৰ বাবে আসন ভাগ বটৰোৱা আৰু নিৰ্বাচনী ৰণনীতিৰ বিষয়ে আলোচনা কৰিবলৈ অসম গণ পৰিষদ(এজিপি)ৰ সৈতে এক অনানুষ্ঠানিক সভাত বহাৰো সম্ভাৱনা আছে ।
গুৱাহাটীত উপস্থিত বিজেপিৰ অসমৰ প্ৰভাৰী বজয়ন্ত পাণ্ডা ।দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হয়। বিমানবন্দৰত দলীয় কৰ্মীয়ে আদৰণি জনায় বজয়ন্ত পাণ্ডাক ।
Elated to receive our Hon'ble @BJP4India National Vice President , @BJP4Assam State Prabhari Shri. @PandaJay Ji and Hon'ble Sah.Prabhari of Assam, Shri. Pawan Sharma Ji, at Guwahati airport, this morning.