“২০০০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত বছৰি প্ৰায় ৪ লাখ ৫০ হাজাৰ লোক হৃদৰোগত মৃত্যু।এই প্ৰতিবেদনত ধনী আৰু দৰিদ্ৰ দেশৰ মাজত বৃদ্ধি পোৱা ‘জলবায়ুৰ বৈষম্য’ৰ ওপৰত আলোকপাত কৰা হৈছে।“
অগ্নিকাণ্ডৰ ফলত হোৱা বায়ু প্ৰদূষণৰ বাবে বিশ্বজুৰি প্ৰতি বছৰে ১৫ লাখতকৈও অধিক লোকৰ মৃত্যু হয়। এই মৃত্যু অধিকাংশই উন্নয়নশীল দেশসমূহত সংঘটিত হৈ আহিছে।বৃহস্পতিবাৰে (২৮ নৱেম্বৰ) সমগ্ৰ বিশ্বত অগ্নিকাণ্ডৰ ফলত হোৱা বায়ু প্ৰদূষণ বাবে বছৰি ১৫ লাখ লোকৰ মৃত্যু “দ্য লেন্সেট জাৰ্নেল”ত প্ৰকাশিত এক নতুন অধ্যয়নত এই কথা কোৱা হৈছে।
প্ৰতিবেদন অনুসৰি,জলবায়ু পৰিৱৰ্তনৰ ফলত অগ্নিকাণ্ড অধিক সঘনাই আৰু তীব্ৰতৰ হৈ পৰাত অনাগত বছৰবোৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
লেবাননৰ চৰকাৰী সংবাদ মাধ্যম আৰু নিৰাপত্তা সম্পৰ্কীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি কালি ইজৰাইলী টেংকে দক্ষিণ লেবাননৰ ছটা অঞ্চলত আক্ৰমণ চলায়। এই অঞ্চলসমূহ হ’ল মাৰ্কাবা, ৱাজানী, কাফাৰচৌবা, খিয়াম, টাইবে আৰু মাৰ্জায়ুন। সূত্ৰই জনোৱা মতে, মাৰ্কাবা অঞ্চলত এই আক্ৰমণত দুজন লোক আহত হৈছে।
ইজৰাইল আৰু হিজবুল্লাই এই টেংক আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য কৰা নাই। অৱশ্যে সীমান্ত অঞ্চলৰ সমীপত কালি বহু স্থানচ্যুত লোক দক্ষিণ লেবাননলৈ উভতি যোৱা দেখা য়ায়। এই অঞ্চলসমূহত এতিয়াও ইজৰাইলৰ সৈন্য নিয়োজিত হৈ আছে। ইয়াৰ উপৰিও দক্ষিণ লেবাননৰ বিভিন্ন অঞ্চলৰ ওপৰেৰে ইজৰাইলৰ চোৰাংচোৱা ড্ৰ’ন উৰা দেখা গৈছিল।
আনহাতে যুদ্ধৰ সময়ত ইজৰাইলে হিজবুল্লাহক যথেষ্ট আঘাত হানিছিল, য’ত দীৰ্ঘদিনীয়া নেতা হাছান নাছৰল্লাহ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াক হত্যা কৰা হৈছিল।
হিজবুল্লাহৰ বিবৃতিত কোৱা হৈছে যে ইজৰাইলী বাহিনীয়ে নিজৰ কোনো চহৰ দখল কৰি প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰাত ব্যৰ্থ হয়, হিজবুল্লাহৰ সীমা অতিক্ৰম কৰি আক্ৰমণ ৰোধ কৰাত বা শত্ৰুৱে আশা কৰা ধৰণে সামৰিক আৰু নিৰাপত্তা বাফাৰ জ’ন স্থাপন কৰাত ব্যৰ্থ হয়।
ইয়াত কোৱা হৈছে যে আক্ৰমণৰ শেষ দিনলৈকে হিজবুল্লাহৰ যোদ্ধাসকলে ইজৰাইলক লক্ষ্য কৰি লৈছিল।
ৰাতি ৩ বজাত অৰ্জুনে কিয় ফোন কৰিছিল প্ৰাক্তন প্ৰেমিকা মালাইকালৈ
ইমান সহজে পাহৰিব জানো পাৰি প্ৰাক্তন প্ৰেমিকাক! আৰু যদিহে তেওঁৰ মলাইকাৰ দৰে প্ৰেমিকা থাকে, তেন্তে নিশ্চয়কৈ একেবাৰে পাহৰাটো কঠিন হৈ পৰে। হয়, এনে এক অৱস্থা হৈছে অৰ্জুন কাপুৰৰ। আৰু সেইবাবেই অৰ্জুনে সম্পৰ্কটো টিকাই ৰাখিবলৈ শেষ প্ৰচেষ্টা চলাইছিল। জানিব পৰা মতে,বলীউডৰ ‘ইছাকজাদা’ই ৰাতি ৩ বজাত প্ৰাক্তন প্ৰেমিকাক ফোন কৰিছিল বিচ্ছেদৰ পিছত!
ঘটনাটো ্লপ কুলি ক’ব গ’লে। অলপতে অৰ্জুন কাপুৰে এটা প’ডকাষ্টত অংশ লৈ তাতেই অৰ্জুনে এটা প্ৰশ্নৰ উত্তৰত কয় যে একো চিন্তা নকৰাকৈয়ে এবাৰ ৰাতিপুৱা প্ৰায় ৩ বজাত তেওঁৰ প্ৰাক্তন প্ৰেমিকাক ফোন কৰিছিল। অৱশ্যে অভিনেতাজনে কেৱল ফোন কৰাতে থমকি নৰৈ দীঘলীয়া কথা-বতৰা পাতিছিল বুলিও কয়। কিন্তু এই ঘটনাৰ কথা কওঁতে অৰ্জুনে প্ৰাক্তন প্ৰেমিকাৰ নামটো গোপন কৰি ৰাখিছিল।
কিন্তু এই কাহিনীটোত এটা আকৰ্ষণীয় টুইষ্ট আছে। এই প’ডকাষ্টৰ টেলিকাষ্টৰ কিছু সময়ৰ পিছতে মলাইকাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিয়াত মলাইকাই সেই পোষ্টটোৰ জৰিয়তে অৰ্জুনক এটা নতুন খোচা মৰাত গৰম হৈ পৰে সামাজিক মাধ্যম।