খোজ কঢ়াটো কেৱল আমাৰ শাৰীৰিক স্বাস্থ্যৰ বাবেই উপকাৰী নহয়, ই আমাৰ টোপনিৰ মান উন্নত কৰিব পাৰে। এক নতুন গৱেষণাৰ পৰা জানিব পৰা গৈছে যে নিয়মীয়াকৈ খোজ কঢ়াৰ ফলত টোপনিৰ মান উন্নত হয় আৰু টোপনিৰ অভাৱৰ সমস্যা নাইকিয়া হয়। খোজ কঢ়াই মানসিক চাপ কমায়, যাৰ ফলত টোপনিৰ মান উন্নত হয়।
খোজ কাঢ়িলে টোপনি কেনেকৈ ভাল হয় জানক-
খোজ কাঢ়িলে শৰীৰ ভাগৰুৱা হয় আৰু ৰাতি ভাল টোপনি যায়।
খোজ কঢ়াৰ ফলত মন শান্ত হয় আৰু চিন্তা কমি যায়। ইয়াৰ ফলত ৰাতি ভাল টোপনি যায়।