प्रथम वाहिनी सोनापुर ने 28 फरवरी 2024 को पूर्वोत्तर में सिविक एक्शन प्रोग्राम के तहत 35 महिलाओं के लिए आरएसईटीआई नलबाड़ी के समन्वय में सिलाई पर व्यावसायिक प्रशिक्षण का उद्घाटन समारोह आरएसईटीआई संस्थान, पाईकारकुची नलबाड़ी में आयोजित किया गया। बेरोजगार महिलाओं के यह एक महीने का प्रशिक्षण कार्यक्रम जो बीपीएल से वंचित हैं और 29 मार्च 2024 तक जारी रहेगा।
उद्घाटन समारोह श्री सुनील कौशिक, कमांडेंट प्रथम बीएन एसएसबी सोनपुर के द्वारा द्दीप प्रज्जवलन के साथ शुरू हुआ। सर्वेश विजयंत, एलडीएम और श्री बिदुत बिकास गोगोई, निदेशक आरएसईटीआई नलबाड़ी,कार्यक्रम में मानवाधिकार आयोग नलबाड़ी सर्कल के अध्यक्ष किशोर कुमार और अन्य गणमान्य व्यक्ति और मीडियाकर्मी भी शामिल हुए। सुनील कौशिक, कमांडेंट प्रथम बीएन एसएसबी ने अपने स्वागत भाषण में महिला प्रशिक्षुओं को ऐसे अधिकांश प्रशिक्षण कार्यक्रमों के माध्यम से अपनी आजीविका बढ़ाने के लिए प्रोत्साहित किया और निकट भविष्य में अपने स्वयं के उद्यम स्थापित करने के अपने उद्देश्यों पर ध्यान केंद्रित किया।
The opening ceremony of vocational training on tailoring in coordination with RSETI Nalbari for 35 women under the Civic Action Programme in NE was held today at the RSETI Institute,Paikarkuchi Nalbari.This one month training programme on tailoring for the unemployed women who are under privileged and BPL will continue till 29 March 2024.The opening function commenced with the lightning of the lamp by Sh. Sunil Kaushik,Commandant 1st BN SSB Sonapur followed by a short prayer. Sh. Sarvesh Vijayant,LDM and Sh.
Bidut Bikas Gogoi, Director RSETI Nalbari, Sh. Kishore Kumar, President Human Rights Commission Nalbari Circle and other dignitaries and media persons also attended the program. Sh. Sunil Kaushik,Commandant 1BN SSB in his welcome speech encouraged the women trainees to enhance their livelihoods by making most of such training programmes and remained focused on their objectives for setting up their own enterprises in the near future.
এটি সুন্দৰ আৰু সুস্থিৰ নিদ্ৰাৰ লক্ষণ হ’ল প্ৰতিদিনে একে সময়তে টোপনি যোৱা আৰু একে সময়তে ৰাতিপুৱা নিজে নিজে সাৰ পোৱা। ই অতি গুৰুত্বপূৰ্ণ কাৰণ আমাৰ মগজুৱে যোৱা ৩ দিন টোপনিৰ পৰা সাৰ পোৱা সময়ৰ গঢ় হিচাপ কৰি পৰৱৰ্তী দিনা আপুনি কেতিয়া টোপনিৰ পৰা নিজে নিজে সাৰ পাব সেয়া ঠিৰাং কৰে। অৰ্থাৎ আপুনি প্ৰতিদিনে ভিন্ন সময়ত উঠিলে মগজুৱে ধৰিবই নোৱাৰিব যে প্ৰকৃততে আপুনি কোন সময়ত ৰাতিপুৱা উঠা উচিত। ই নিদ্ৰাত ব্যাঘাত জন্মাব। সেয়ে সুনিদ্ৰা লাভ কৰিবলৈ আপুনি সপ্তাহৰ অন্তত ৫ দিন একে সময়ত ৰাতি শুবলৈ যোৱা আৰু ৰাতিপুৱা উঠা উচিত।
সুনিদ্ৰাৰ কিছু সহজ আৰু সুলভ উপায়ঃ
১)প্ৰথম উপায়টো এটি মনস্তাত্তিক উপায় বা নিৰ্দেশনা। সেয়া হৈছে পৰবৰ্তী দিনৰ কাৰ্যসূচী তৈয়াৰ কৰা (to do list)। এই বিষয়ে এটা আকৰ্ষণীয় গৱেষণা আছে য’ত কিছু ব্যক্তিক ৩ ভাগত বিভক্ত কৰা হৈছিল। প্ৰথম গ্ৰুপক টোপনিৰ ঔষধ দিয়া হল, দ্বিতীয় গ্ৰুপক ৫ মিনিটৰ বাবে পৰৱৰ্তী দিনৰ কাৰ্যসূচী তৈয়াৰ কৰিব দিয়া হ’ল আৰু তৃতীয় ভাগক সাধাৰণ ভাৱে শুবলৈ দিয়া হ’ল। ইয়াৰে তৃতীয় গ্ৰুপৰ লোক সকলৰ টোপনি আহিবলৈ প্ৰায় ২৫ মিনিট সময়ৰ প্ৰয়োজন হল কিন্তু প্ৰথম আৰু দ্বিতীয় গ্ৰুপক ১৫ মিনিট লাগিল। অৰ্থাৎ নিদ্ৰাবৰ্ধক ঔষধ খোৱা আৰু পৰৱৰ্তী দিনৰ কাৰ্যসূচী লিখা দুয়োটা গ্ৰুপৰ ব্যক্তি সকলক সমান পৰিমাণৰ সময় লাগিল। তাৰ কাৰণ হৈছে আমাৰ মগজুৱে কোনো অসম্পূৰ্ণ কামক মনত ৰাখে। যেতিয়া আমি পৰবৰ্তী দিনত কৰিব লগীয়া কামবোৰ লিপিবদ্ধ কৰিম তেতিয়া মনটোৱে কামটো সম্পূৰ্ণ হোৱা বুলি ভাৱি স্বস্তিৰ নিশ্বাস পেলাই। মগজু শান্ত হয়। ফলত আমাৰ সোনকালে টোপনি আহে। টোপনিৰ মানদণ্ডও ভাল হয়।
2) দ্বিতীয় উপায়টোও হৈছে অন্য এক মনোবৈজ্ঞানিক নিৰ্দেশনা। সেয়া হৈছে সকৃতজ্ঞ টোকা (gratitude journaling): আমাৰ মনত চলি থকা বিভিন্ন নেতিবাচক অনুভৱ যেনে শোক, মনস্তাপ, হতাশা, ক্ষোভ আদিয়ে আমাক সুনিদ্ৰা লাভ কৰাত ব্যাঘাত জন্মায় কাৰণ এই আৱেগ-অনুভূতিবোৰে আমাৰ উদ্বিগ্নতা বঢ়াই তোলে। এই নেতিবাচক আৱেগবোৰ টোপনিৰ সময়ত মগজুত বিচৰণ কৰিব ধৰে যিয়ে আপোনাক সুনিদ্ৰাত ব্যাঘাত জগাব পাৰে। সেইবাবে আপুনি শোৱাৰ আগত দিনটোৰ সফলতাখিনিৰ লগতে যিসকল ব্যক্তিয়ে আপোনাক সহায় কৰিলে বা কিবা এক নতুন কথা শিকালে তেওঁলোকক কৃতজ্ঞ জনাই এক টোকা প্ৰস্তুত কৰক। ই আপোনাৰ মনটোৰ নেতিবাচক চিন্তা-ধাৰাক প্ৰশমিত কৰিব। তাৰ লগে লগে ই আপোনাক গভীৰ নিদ্ৰা লাভ কৰাতো সহায় কৰিব।
৩) স্নায়ুবিজ্ঞানী এন্দ্ৰিও হুবাৰম্যনে (Andrew Huberman) কয় যে আমি সূৰ্যাস্তৰ লহিয়াই যোৱা বেলিটো উপভোগ কৰা উচিত। ই সংকেত দিয়ে যে এতিয়া টোপনিৰ সময় আহি আছে। ফলত নিদ্ৰাদায়ক মেলাট’নিন হৰম’নৰ নিঃসৰণ আৰম্ভ হয়। আনহাতে এই ৰসায়নবিধ পৰ্যাপ্ত পৰিমাণে নিঃসৰণ নহলে এটি সুন্দৰ টোপনি লাভ কৰাতো সম্ভৱপৰ নহয়।
৪)ৰাতিপুৱা সাৰ পোৱাৰ ১ ঘণ্টাৰ ভিতৰত অন্তত ২০ মিনিটৰ বাবে ব্যায়াম কৰক। ইয়ে আপোনাৰ দেহৰ আভ্যন্তৰীণ ঘড়ীক মজবুত কৰিব যাতে প্ৰতিদিনে আপুনি এলাৰ্ম অবিহনে সাৰ পায়। আনহাতে দিনৰ ভাগত আপুনি যিমানে সক্ৰিয় হ’ব সিমানে আপোনাৰ ৰাতি সুন্দৰ টোপনি অহাৰ সম্ভাৱনা বৃদ্ধি হব।
৮) মাজৰাতি টোপনি ব্যাহত হোৱাৰ পিছত পুনৰ টোপনি নাহিলে কি কৰিব? যোগনিদ্ৰা আৰু এন এছ দি আৰ (Non sleep deep rest) ৰ ভিডিঅ’ বজায় চাব পাৰে। ইণ্টাৰনেটত এনেকুৱা অনেক ভিডিঅ’ উপলব্ধ আছে। মাত্ৰ মনত ৰাখিব লগীয়া কথাটো হ’ল এই ভিডিঅ’সমূহ যাতে আগৰে পৰা সাজু কৰা থাকে। নহলে ভিডিঅ’ বিচাৰোতে টোপনি ব্যাহত হব পাৰে। উল্লেখযোগ্য যে যোগনিদ্ৰা আৰু এন এছ দি আৰ হৈছে দেহ-মনক শান্ত আৰু সুস্থিৰ কৰা এক সুন্দৰ পদ্ধতি যাক বহুতো সফল ব্যক্তিয়ে গভীৰ বিশ্ৰাম লবৰ বাবে ব্যৱহাৰ কৰে।
৯) শোৱাৰ কিছু সময় আগতে গল্প-উপন্যাস বা কোনো ভাল কিতাপ ১০-১৫ মিনিটৰৰ বাবে পঢ়িলে ই টোপনি অহাত সহায় কৰে। মাথোঁ বিষয় বস্তুয়ে মগজুৰ উত্তেজনা বৃদ্ধি কৰিব নোৱাৰা বিধৰ হব লাগে।