July 19, 2024 নগাঁৱৰ কঠিয়াতলীৰ গাঁওপ্ৰধানৰ হত্যাত অভিযুক্ত পলাশ আমচাঙক আটক আৰক্ষীৰ… Share FacebookXWhatsAppTelegramKooEmail নগাঁৱৰ কঠিয়াতলীৰ গাঁওপ্ৰধানৰ হত্যাত অভিযুক্তক আটক৷ অভিযুক্ত পলাশ আমচাঙক আটক আৰক্ষীৰ৷ নিহত গাঁওপ্ৰধান চিৰন্তন বৰদলৈৰ গাঁৱতে ঘৰ অভিযুক্ত পলাশৰ৷ কঠিয়াতলীৰ দৈনিক বজাৰত নৃশংসভাৱে হত্যা কৰিছিল গাঁওপ্ৰধানক৷ Author: দৈনন্দিন বাৰ্তা Related Articles ঘনকান্তৰ আক্ৰমণত আহত শিৱসাগৰ আৰক্ষী নগৰ পৰিদৰ্শক দেৱাশিষ শৰ্মা দৈনন্দিন বাৰ্তা - November 4, 2026 ধুবুৰীত ৩৬জন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ ! অবৈধ অনুপ্ৰৱেশৰ পিচত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা দৈনন্দিন বাৰ্তা - October 31, 2026 ঘাতক ঘনকান্ত গগৈৰ পত্নীৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ দৈনন্দিন বাৰ্তা - October 31, 2026